ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

World cup 2023 : ছেমি ফাইনেলত ছামীয়ে ৭ উইকেট লাভ কৰিব, মেচৰ ২৪ ঘণ্টা পূৰ্বে দেখিছিল সপোন

নিউজ ডেস্কঃ

News Desk by News Desk
November 17, 2023
Reading Time: 1 min read
A A
0
World cup 2023 : ছেমি ফাইনেলত ছামীয়ে ৭ উইকেট লাভ কৰিব, মেচৰ ২৪ ঘণ্টা পূৰ্বে দেখিছিল সপোন

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

বিশ্বকাপৰ (World Cup Cricket) ছেমি ফাইনেল (Semi Final)ত নিউজিলেণ্ডৰ বিৰুদ্ধে মহম্মদ ছামীয়ে ৭টা উইকেট দখল (Mohammed Shami picks up 7 wickets) কৰে। কিন্তু মেচ আৰম্ভ হোৱাৰ পূৰ্বেই এজন ব্যক্তিয়ে জানিছিল যে মেচখনত তেওঁ ৭টা উইকেট লাভ কৰিব। সেই বিষয়ে তেওঁ সকলোকে অৱগত কৰিছে।

sami1 | ASSAM TIMES POST

বুধবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ছামীয়ে ৭টা উইকেট দখল কৰে। তাৰ আগদিনা ডন মাটিও (Don Mateo) নামৰ এজন ব্যক্তিয়ে নিজৰ এক্স হেণ্ডেলত লিখিছিল, “মই সপোনত দেখিছিলো যে ছেমি ফাইনেলত ছামীয়ে ৭ উইকেট দখল কৰিছে।” (In a dream, I saw Shami taking 7 wickets in the semi-finals) প্ৰথমতে কোনেও এই পোষ্টটোৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু ছামীয়ে ৭টা উইকেট লোৱাৰ পাছতেই চর্চা আৰম্ভ হয়। বহুতে কৈছে যে মাটিওৱে নিজৰ ভাগ্য আগতীয়াকৈ ক’ব পাৰে!

sp0 | ASSAM TIMES POST

উল্লেখযোগ্য যে চলিত বিশ্বকাপৰ প্ৰথম চাৰিখন মেচত সুযোগ নোপোৱাৰ পিছতো ছামীয়ে পৰৱৰ্তী ৬খন মেচত নিজৰ গুণগত মান প্ৰদৰ্শন কৰিছে। তেওঁ ভাৰতৰ হৈ বিশ্বকাপত সৰ্বাধিক উইকেট দখল কৰিছে। চলিত বিশ্বকাপত তেওঁৰ উইকেটৰ সংখ্যা ৬খন খেলত ২৩টা (Number of wickets is 23 in 6 matches)। ২০১১ চনৰ বিশ্বকাপত জাহীৰ খানে ২১টা উইকেট দখল কৰিছিল। ছামীয়ে জাহীৰক অতিক্ৰম কৰিছে।

আনহাতে, নিউজিলেণ্ডৰ বিৰুদ্ধে ৫৭ ৰানৰ বিনিময়ত ৭টা উইকেট দখল কৰে ছামীয়ে। তেওঁ বিশ্বকাপৰ এখন মেচত ৭টা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয়। এদিনীয়া বিশ্বকাপত চাৰিবাৰকৈ এখন মেচত পাঁচটা বা তাতকৈ অধিক উইকেট দখল কৰা প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হয় ছামীয়ে। অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰকে তিনিবাৰকৈ এই কৃতিত্ব কৰিছে। বিশ্বকাপত ৫০টা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয় ছামী। তেওঁ এই কৃতিত্ব বিশ্বকাপত সৰ্বনিম্ন সংখ্যক মেচত (১৭) কৰে। ইয়াৰ উপৰি বিশ্বকাপৰ নক আউটত পাঁচটা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপেও পৰিগণিত হয় ছামী।

Tags: MohammedShamiমহম্মদছামী
Share4Tweet3Send

Related Posts

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
ADVERTISEMENT
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx