ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Mustaq Ali Cricket : ৰিয়ান পৰাগৰ বিশ্ব অভিলেখ, মুস্তাক আলী ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলত অসম

নিউজ ডেস্কঃ

News Desk by News Desk
November 1, 2023
Reading Time: 1 min read
A A
0
Mustaq Ali Cricket : ৰিয়ান পৰাগৰ বিশ্ব অভিলেখ, মুস্তাক আলী ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেলত অসম

RELATED POSTS

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

চৈয়দ মুস্তাক আলী ট্ৰফীৰ (Syed Mushtaq Ali Trophy) কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে অসম (Assam in quarterfinals)। মঙলবাৰে শক্তিশালী পশ্চিম বংগক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে অসম। অসমৰ হাতত ৮ উইকেটত পৰাস্ত হয় সুদীপ কুমাৰ ঘৰমীৰ দল। ২০ অভাৰৰ মেচখনত প্ৰথমে বেটিং কৰি বংগই ৮ উইকেটত ১৩৮ ৰান সংগ্ৰহ কৰে। উত্তৰত অসমে ১৭.৫ অভাৰত ২ উইকেটত ১৪২ ৰান সংগ্ৰহ কৰে। দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৰিয়ান পৰাগে (Riyan Parag)। লগতে তেওঁ টি-২০ ক্ৰিকেটত অভিলেখ (Record in T20 cricket) গঢ়িবলৈও সক্ষম হয়।

ইয়াৰ লগে লগে পৰাগে একেৰাহে ৭খন টি-২০ মেচত অৰ্ধশতৰাণ সংগ্ৰহ কৰে। বিশ্বৰ আন কোনো ক্ৰিকেটাৰৰ এই উদাহৰণ নাই। একেৰাহে ৭খন মেচত তেওঁ ৬১ ৰান, অপৰাজিত ৭৬, অপৰাজিত ৫৩, ৭৬, ৭২, অপৰাজিত ৫৭ আৰু অপৰাজিত ৫০ ৰান সংগ্ৰহ কৰে।

Riyan 1 | ASSAM TIMES POST

মোহালীৰ ২২ গজত প্ৰথমে বেটিং কৰি সুফল নাপালে বংগই। অসমৰ বলিং আক্ৰমণৰ সন্মুখত টিকিব নোৱাৰে বংগৰ দলটো। অসমৰ আকাশ সেনগুপ্তাই ২৯ ৰানত ৩টা উইকেট দখল কৰে। ২৩ ৰানত ২ উইকেট লয় পৰাগে।
বলৰ পিছত পৰাগে বেটেৰেও সফলতা লাভ কৰে। এয়া হৈছে টি-২০ ক্ৰিকেটত এক নতুন অভিলেখ। আনহাতে, অসমৰ অধিনায়ক পৰাগে ৩১টা বলত ৫০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। তেওঁৰ বেটৰ পৰা ২টা চাৰি আৰু ৪টা ছয় আহে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RiyanParagSyedMushtaqAliTrophyচৈয়দমুস্তাকআলীট্ৰফী
Share4Tweet3Send

Related Posts

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A
Assam

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

by News Desk
August 28, 2026
52
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

by News Desk
July 10, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

by News Desk
July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

by News Desk
July 8, 2026
50
Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট
Sports News

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

by News Desk
July 6, 2026
50
Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে
Sports News

Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে

by News Desk
July 5, 2026
50
ADVERTISEMENT
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
50
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
52
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026
51
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d