ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Cricket world cup 2023 I ভাৰত-পাক মেচৰ পূৰ্বে আহমেদাবাদত হোটেল ভাড়া উঠিল ৩ লাখ টকালৈকে

নিউজ ডেস্কঃ

News Desk by News Desk
October 12, 2023
Reading Time: 1 min read
A A
0
Cricket world cup 2023 I ভাৰত-পাক মেচৰ পূৰ্বে আহমেদাবাদত হোটেল ভাড়া উঠিল ৩ লাখ টকালৈকে

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

আহমেদাবাদত এতিয়া ভাৰত-পাকিস্তানৰ মেচৰ (India-Pakistan match in Ahmedabad) উন্মাদনা। ১৪ নৱেম্বৰত অনুষ্ঠিত হ’ব বহু প্ৰতীক্ষিত মেচখন। বুধবাৰে পাকিস্তানৰ দল উপস্থিত হৈছেগৈ আহমেদাবাদত। বৃহস্পতিবাৰে গৈ পাইছে ৰোহিত শৰ্মাৰ দল। শুকুৰবাৰৰ পৰা আহমেদাবাদত ভিৰ কৰিব দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগী। মেচখন উপলক্ষে হোটেলৰ কোঠাৰ ভাড়া তিনি-চাৰিগুণ বৃদ্ধি (Hotel room fares hiked three-four times) পাইছে। অৱশ্যে এই পৰিস্থিতিত এটা উপায় আছে।

আহমেদাবাদত নিশাটো নথকাকৈয়ে ভাৰত-পাকিস্তানৰ মেচখন সহজে চাব পাৰিব।আহমেদাবাদৰ সকলো হোটেলৰ কোঠাৰ ভাড়া বৃহস্পতিবাৰৰ পৰা শনিবাৰলৈ বৃদ্ধি পাইছে। বিলাসী হোটেলৰ ৰুমৰ ভাড়া ৩ লাখ টকা পৰ্যন্ত হৈছেগৈ। এই পৰিস্থিতিত বহুতেই বিপদত পৰিছে। ভাৰত-পাকিস্তানৰ মেচখনৰ টিকট কিনিলেও হোটেলত থকাৰ খৰচ শুনি তেওঁলোক স্তম্ভিত হৈ পৰে।

ভাৰত-পাক মেচ
ভাৰত-পাক মেচৰ পূৰ্বে আহমেদাবাদত হোটেল ভাড়া উঠিল ৩ লাখ টকালৈকে:

এনে পৰিস্থিতিত ৰেʼলৱেই ইয়াৰ সমাধানৰ কথা ঘোষণা কৰিছে। মেচখনৰ পূৰ্বে মুম্বাই আৰু আহমেদাবাদৰ মাজত দুখন বিশেষ ৰেʼল (Two special trains between Mumbai and Ahmedabad) চলিব। উক্ত ৰেʼলেৰে গʼলে আহমেদাবাদৰ হোটেলত ৰাতিটো নথকাকৈয়ে মেচখন চাব পাৰিব৷

১৩ অক্টোবৰ, শুকুৰবাৰে নিশা ৯.৩০ বজাত মুম্বাই চেণ্ট্ৰেল-আহমেদাবাদ ছুপাৰ ফাষ্ট স্পেচিয়েল ট্ৰেইনখন মুম্বাই চেণ্ট্ৰেল ষ্টেচনৰ পৰা যাত্ৰা কৰিব। ১৪ অক্টোবৰ, শনিবাৰে পুৱা ৫.৩০ বজাত আহমেদাবাদত উপস্থিত হʼব। সেইদিনা দুপৰীয়া ২ বজাৰ পৰা নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত-পাকিস্তানৰ খেল। খেলৰ অন্তত দৰ্শকে একেখন ৰে’লতে উভতি আহিব পাৰিব। অহা ১৫ অক্টোবৰ দেওবাৰে পুৱা ৪ বজাত আহমেদাবাদৰ পৰা উভতি অহা ৰেʼলখন যাত্ৰা কৰিব। একেদিনাই নিশা ১২.০০ বজাত মুম্বাই চেণ্ট্ৰেলত উপস্থিত হʼব। এই ৰে’লযোগে যাত্ৰা কৰিলে দৰ্শনাৰ্থীয়ে আহমেদাবাদৰ হোটেলত থকাৰ প্ৰয়োজন নহʼব। ৰে’লৱেই জনোৱা মতে, বৃহস্পতিবাৰৰ পৰা এই বিশেষ ৰেʼলৰ টিকট উপলব্ধ হʼব।

Tags: IndiaVsPakistanCricketAhmedabadভাৰত-পাকমেচআহমেদাবাদ
Share4Tweet3Send

Related Posts

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
ADVERTISEMENT
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx