ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Youth Festival I কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী, সভাপতি-সম্পাদক নিৰ্বাচনেৰে অভ্যৰ্থনা সমিতি গঠন

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

News Desk by News Desk
October 6, 2023
Reading Time: 1 min read
A A
0

RELATED POSTS

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ যুৱ মহোৎসৱ কাৰ্বি যুৱ মহোৎসৱ (Karbi Youth Festival)। এইবাৰ কাৰ্বি যুৱ মহোৎসৱলৈ আমন্ত্ৰণ জনোৱা হৈছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক। আজি তাৰালাংছ’ৰ যুৱ মহোৎসৱস্থলী কাৰ্বি পিপুলছ হলত সোণালী জয়ন্তী উদযাপনৰ (Celebration of Golden Jubilee) বাবে অভ্যৰ্থনা সমিতি গঠন কৰা হয়।

কাৰ্বি যুৱ মহোৎসৱ
কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী, সভাপতি-সম্পাদক নিৰ্বাচনেৰে অভ্যৰ্থনা সমিতি গঠন:

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেণ ছিং বে,’ কাৰ্বি কালাচাৰেল চছাইটিৰ সভাপতি চন্দ্ৰছিং ক্ৰ, ‘বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাং, বিশিষ্ট কাৰ্বি লেখক-গৱেষক লুঞ্চে তিমুং, কাৰ্বি লাম্মেত আমেই (সাহিত্য সভা), বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা এখন গাম্ভীৰ্য্যেপূৰ্ণ সভাৰ জৰিয়তে সোণালী জয়ন্তী উদযাপন বাবে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়। ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবীৰ ক্ৰমে অভ্যৰ্থনা সমিতিৰ সভাপতি আৰু সম্পাদকৰূপে নিৰ্বাচিত কৰা হয়।

Karbi Youthp2 | ASSAM TIMES POST

উল্লেখযোগ্য যে প্ৰতি বছৰৰ ১৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা কাৰ্বি যুৱ মহোৎসৱ এইবাৰ ১২ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈ সপ্তাহজুৰি অনুষ্ঠিত হ’ব। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ যুৱ মহোৎসৱ আগুৱাই অনা হৈছে। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি এইবাৰ মহোৎসৱত দেশৰ ৰাষ্ট্ৰপতি মুখ্য অতিথি ৰূপে উপস্থিত থাকিব। সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে ৩ৰ পৰা ৪ কোটি টকা বাজেট ধাৰ্য কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে। সকলো জাতি-জনগোষ্ঠীক একত্ৰিত হৈ এই যুৱ মহোৎসৱ সাফল্যমণ্ডিত কৰি তুলিবলৈ ৰংহাঙে সকলোকে আহ্বান জনায়৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: KarbiYouthFestivalGoldenJubileeকাৰ্বিযুৱমহোৎসৱসোণালীজয়ন্তী
Share7Tweet5Send

Related Posts

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
70
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
ADVERTISEMENT
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
50
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d