ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Electricity charges hiked I বকলীয়াঘাটত বিদ্যুত মাছুল বৃদ্ধিৰ প্ৰতিবাদত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ যুৱছাত্ৰৰ

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু 

News Desk by News Desk
October 3, 2023
Reading Time: 1 min read
A A
0
Electricity charges hiked I বকলীয়াঘাটত বিদ্যুত মাছুল বৃদ্ধিৰ প্ৰতিবাদত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ যুৱছাত্ৰৰ

RELATED POSTS

দীপাৱলীৰ আনন্দৰ মাজতে অঘটন:ডিফুত জুইত ভস্মীভূত অল্ট’ গাড়ী, স্কুটি

BJP Rally : ডিফুত বিজেপিৰ বিশাল পদযাত্ৰা

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ মাজত মুখ্যমন্ত্ৰীৰ উৎসৱকালীন শুভেচ্ছা উপহাৰ বিতৰণ 

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

বিদ্যুতৰ মাছুল বৃদ্ধিৰ প্ৰতিবাদত (Protest against electricity charges hike) আজি বিয়লি বকলীয়াঘাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (Asom Jatiyatabadi Yuba Chatra Parishad at Bakliaghat) কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তলিকা দাহ (Power Minister Nandita Garlosa’s effigy burnt) কৰি প্ৰতিবাদ সাব্যস্ত কৰা হয়।

বকলীয়াঘাট
বকলীয়াঘাটত বিদ্যুত মাছুল বৃদ্ধিৰ প্ৰতিবাদত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ যুৱছাত্ৰৰ:

আজি বিয়লি প্ৰায় পাঁচ বজাত বকলীয়াঘাট চাৰিআলিত সংগঠনটোৰ ভালেসংখ্যক নেতা-কৰ্মীয়ে মন্ত্ৰী গৰাকীৰ পুত্তলিকা দাহ কৰাৰ লগতে ʼ অসম চৰকাৰ মুৰ্দাবাদ ʼ, ʼ নন্দিতা গাৰ্লোছা হায় হায় ʼ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ ʼ আদি শ্লʼগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ElectricityChargesHikedবিদ্যুতমাছুলবৃদ্ধিপ্ৰতিবাদ
Share4Tweet3Send

Related Posts

দীপাৱলীৰ আনন্দৰ মাজতে অঘটন:ডিফুত জুইত ভস্মীভূত অল্ট’ গাড়ী, স্কুটি
KARBI ANGLONG

দীপাৱলীৰ আনন্দৰ মাজতে অঘটন:ডিফুত জুইত ভস্মীভূত অল্ট’ গাড়ী, স্কুটি

by ASSAM TIMES POST
November 8, 2026
61
BJP Rally : ডিফুত বিজেপিৰ বিশাল পদযাত্ৰা
KARBI ANGLONG

BJP Rally : ডিফুত বিজেপিৰ বিশাল পদযাত্ৰা

by News Desk
November 7, 2026
54
কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ মাজত মুখ্যমন্ত্ৰীৰ উৎসৱকালীন শুভেচ্ছা উপহাৰ বিতৰণ 
KARBI ANGLONG

কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ মাজত মুখ্যমন্ত্ৰীৰ উৎসৱকালীন শুভেচ্ছা উপহাৰ বিতৰণ 

by News Desk
November 6, 2026
78
Dead body recovered : নগাঁৱৰ গৰৈমাৰী পথাৰত উদ্ধাৰ অচিনাকী মহিলাৰ মৃতদেহ
KARBI ANGLONG

Man killed son : হামৰেনৰ ৰংছপি তিমুং গাঁৱত নিৰ্মম কাণ্ড, পিতৃয়ে হত্যা কৰিলে দুই নাবালক সন্তানক

by News Desk
November 3, 2026
72
Karbi Anglong murder case : পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেঙত সুৰাৰ নিচাত খুলশালীয়েকে হত্যা কৰিলে ভিনিহীয়েকক
KARBI ANGLONG

Karbi Anglong murder case : পশ্চিম কাৰ্বি আংলঙৰ জেৰিকিন্দেঙত সুৰাৰ নিচাত খুলশালীয়েকে হত্যা কৰিলে ভিনিহীয়েকক

by ASSAM TIMES POST
November 3, 2026
65
Award to Rongbong Terang : ৰংবং তেৰাঙলৈ ৰামানুজন বিদ্যালয়ৰ শৈক্ষিক বঁটা
KARBI ANGLONG

Award to Rongbong Terang : ৰংবং তেৰাঙলৈ ৰামানুজন বিদ্যালয়ৰ শৈক্ষিক বঁটা

by News Desk
November 2, 2026
51
ADVERTISEMENT
Diwali accident I দীপাৱলীৰ নিশাৰ অগ্নিকাণ্ডত দুমহীয়া কেঁচুৱাকে ধৰি দুটা পৰিয়ালৰ ১২ জনৰ মৃত্যু, অগ্নিদগ্ধ কমেও ৩৫
National-International

Diwali accident I দীপাৱলীৰ নিশাৰ অগ্নিকাণ্ডত দুমহীয়া কেঁচুৱাকে ধৰি দুটা পৰিয়ালৰ ১২ জনৰ মৃত্যু, অগ্নিদগ্ধ কমেও ৩৫

November 9, 2026
50
Tragic Independence Day Incident: Husband Allegedly Kills Wife in Guwahati
National-International

Agra rape victim dies I ১০ দিনীয়া জীৱন যুঁজৰ অন্ত, আগ্ৰাৰ দলবদ্ধ ধৰ্ষণৰ বলি নাবালিকাৰ মৃত্যু, ভাঙিছিল শৰীৰৰ একাধিক হাড

November 9, 2026
50
Bihar MLA marriage ceremony I ৪ লাখ অতিথিৰ বাবে ভোজ, হ’ব ঘোঁৰা দৌৰ; বিহাৰৰ বাহুবলী নেতাৰ কন্যাৰ বিয়ালৈ পাকিস্তানীকো নিমন্ত্ৰণ
National-International

Bihar MLA marriage ceremony I ৪ লাখ অতিথিৰ বাবে ভোজ, হ’ব ঘোঁৰা দৌৰ; বিহাৰৰ বাহুবলী নেতাৰ কন্যাৰ বিয়ালৈ পাকিস্তানীকো নিমন্ত্ৰণ

November 9, 2026
50
Delhi pollution I দীপাৱলীৰ নিৰ্দেশনাক ভেঙুটালি, আতচবাজীৰ ধোঁৱাত শ্বাসৰুদ্ধকৰ ৰাজধানীৰ বায়ু
National-International

Delhi pollution I দীপাৱলীৰ নিৰ্দেশনাক ভেঙুটালি, আতচবাজীৰ ধোঁৱাত শ্বাসৰুদ্ধকৰ ৰাজধানীৰ বায়ু

November 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diwali accident I দীপাৱলীৰ নিশাৰ অগ্নিকাণ্ডত দুমহীয়া কেঁচুৱাকে ধৰি দুটা পৰিয়ালৰ ১২ জনৰ মৃত্যু, অগ্নিদগ্ধ কমেও ৩৫

Diwali accident I দীপাৱলীৰ নিশাৰ অগ্নিকাণ্ডত দুমহীয়া কেঁচুৱাকে ধৰি দুটা পৰিয়ালৰ ১২ জনৰ মৃত্যু, অগ্নিদগ্ধ কমেও ৩৫

November 9, 2026
Tragic Independence Day Incident: Husband Allegedly Kills Wife in Guwahati

Agra rape victim dies I ১০ দিনীয়া জীৱন যুঁজৰ অন্ত, আগ্ৰাৰ দলবদ্ধ ধৰ্ষণৰ বলি নাবালিকাৰ মৃত্যু, ভাঙিছিল শৰীৰৰ একাধিক হাড

November 9, 2026
Bihar MLA marriage ceremony I ৪ লাখ অতিথিৰ বাবে ভোজ, হ’ব ঘোঁৰা দৌৰ; বিহাৰৰ বাহুবলী নেতাৰ কন্যাৰ বিয়ালৈ পাকিস্তানীকো নিমন্ত্ৰণ

Bihar MLA marriage ceremony I ৪ লাখ অতিথিৰ বাবে ভোজ, হ’ব ঘোঁৰা দৌৰ; বিহাৰৰ বাহুবলী নেতাৰ কন্যাৰ বিয়ালৈ পাকিস্তানীকো নিমন্ত্ৰণ

November 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d