ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

World cup cricket 2023 : বাতিল হʼব নেকি বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান? বিশ্বকাপৰ আৰম্ভণিৰ দুদিন পূৰ্বে বিভ্ৰান্তি

নিউজ ডেস্কঃ

News Desk by News Desk
October 3, 2023
Reading Time: 1 min read
A A
0
World cup cricket 2023 : বাতিল হʼব নেকি বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান? বিশ্বকাপৰ আৰম্ভণিৰ দুদিন পূৰ্বে বিভ্ৰান্তি

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

বৰ্তমান ভাৰতৰ লগতে সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগী ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈছে। কিয়নো ৫ অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপ ক্ৰিকেট (ODI World Cup Cricket) । কিন্তু বিশ্বকাপ আৰম্ভ হোৱাৰ দুদিন পূৰ্বে উদ্বোধনী অনুষ্ঠান (Opening ceremony) বাতিল কৰাৰ খবৰ ওলাইছে। উল্লেখযোগ্য যে অহা ৪ অক্টোবৰ, অৰ্থাৎ বুধবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত (Narendra Modi Stadium in Ahmedabad) এক বৃহৎ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল।

তাত আশা ভোছলে, ৰণবীৰ সিং, অৰিজিত সিং, শ্ৰেয়া ঘোষাল, শংকৰ মহাদেৱন, বৰুণ ধাৱন, তমন্না ভাটিয়াকে ধৰি বিভিন্ন তাৰকাই অনুষ্ঠান পৰিবেশন কৰাৰ কথা আছিল। বিশ্বকাপ আৰম্ভ হোৱাৰ আগদিনা এই অনুষ্ঠানটো বৃহৎ পৰিসৰত অনুষ্ঠিত কৰিবলৈ বাছি লোৱা হৈছিল। সাধাৰণতে বিশ্বকাপৰ প্ৰথমখন খেল আৰম্ভ হোৱাৰ পূৰ্বে উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। কিন্তু দুপৰীয়া ২ বজাৰ পৰা খেল আৰম্ভ হোৱাৰ বাবে বিচিচিআয়ে এদিন পূৰ্বে উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়। বিশ্বকাপৰ প্ৰথমখন মেচৰ আগদিনা অধিনায়কসকলৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা।

cricket 1 | ASSAM TIMES POST
A vendor exhibits t-shirts to customers outside the Narendra Modi Stadium, ahead of the 2023 ICC men’s cricket World Cup, in Ahmedabad on October 2, 2023. The opening match on October 5, between champions England and New Zealand, as well as the final on November 19 are being staged at Ahmedabad’s Narendra Modi stadium, named after the prime minister, the world’s biggest cricket arena boasting a capacity of over 130,000. (Photo by SAM PANTHAKY / AFP)

তাৰপিছত অনুষ্ঠিত হʼবলগীয়া আছিল মহা মুকলি অনুষ্ঠান। কিন্তু হঠাৎ শুনা গৈছে যে অনুষ্ঠান বাতিল কৰা হৈছে। তাৰ পৰিৱৰ্তে সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হʼব। তাৰকাৰে ভৰা এই গ্ৰেণ্ড ইভেণ্টৰ পৰিৱৰ্তে লেজাৰ শ্ব’ৰ জৰিয়তে বিশ্বকাপৰ উদ্বোধন কৰা হʼব। বুধবাৰে এই শ্ব’ৰ জৰিয়তে উদ্বোধন কৰা হʼব বিশ্বকাপ ২০২৩।

আনহাতে, ১৯ নৱেম্বৰত অনুষ্ঠিত হʼবলগীয়া বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে সামৰণি অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ভাৰত-পাকিস্তানৰ মেচৰ পূৰ্বেও ইভেণ্টৰ সম্ভাৱনা আছে। কিন্তু সেই বিষয়ে এতিয়াও একো নিশ্চিত হোৱা নাই। আনুষ্ঠানিকভাৱে কোনো কথা ঘোষণা কৰা নাই বিচিচিআই বা আইচিচিয়ে।

Tags: WorldCupCricketবিশ্বকাপক্ৰিকেট
Share4Tweet3Send

Related Posts

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
ADVERTISEMENT
ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪
National-International

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
50
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী
National-International

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026
50
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

ছৌদি আৰৱত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত্যু কমেও ১৪

June 28, 2026
Monsoon : ‎মৌচুমী বতাহৰ আগমন : চলিত সপ্তাহত উত্তৰ-পূব, দক্ষিণৰ বাবে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

প্ৰবল বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনত উত্তৰ ছিকিমৰ বৃহৎ অংশ ধ্বংস

June 28, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

ফিফা বিশ্বকাপ ২০২৬ । গ’ল, দৰ্শক, ব্যক্তিগত দৃষ্টান্তকে ধৰি বিভিন্ন অভিলেখৰ বন্যা

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx