ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi Announces New Scheme I লোকসভা নিৰ্বাচনৰ পূৰ্বে মোডী চৰকাৰৰ বৃহৎ ঘোষণা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 17, 2023
Reading Time: 1 min read
A A
0
Himachal Pradesh has witnessed heavy rainfall I হিমাচল, উত্তৰাখণ্ডত প্ৰাকৃতিক দুৰ্যোগত মৃত্যুৰ সংখ্যা ৫৪ লৈ বৃদ্ধি, ‘অকল্পনীয় সংকট’ আখ্যা মোডীৰ

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

লোকসভা নিৰ্বাচনৰ পূৰ্বে মোডী (PM Modi) চৰকাৰে গ্রহণ কৰিছে কেইবাটাও ডাঙৰ সিদ্ধান্ত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৫ আগষ্টত ঘোষণা কৰিছিল পিএম-বিশ্বকৰ্মা আঁচনি (PM-Vishwakarma Scheme) । কেন্দ্ৰীয় মন্ত্ৰীসভায়ো এদিনৰ ভিতৰতে এই প্ৰকল্পত অনুমোদন জনায়। বুধবাৰে কেবিনেটে ‘পিএম ই-বাছ সেৱা’ (PM E-Bus Seva)প্ৰকল্পত অনুমোদন জনায়। আগন্তুক দিনত দেশৰ ১৬৯খন চহৰত ১০ হাজাৰ নতুন ইলেক্ট্ৰিক বাছ চলাচল কৰিব।

 মোডী চৰকাৰ
লোকসভা নিৰ্বাচনৰ পূৰ্বে মোডী চৰকাৰৰ বৃহৎ ঘোষণা:

এই প্ৰকল্পত ৪৫ হাজাৰৰ পৰা ৫৫ হাজাৰ লোকক নিয়োজিত কৰা হʼব বুলি কেন্দ্ৰৰ দাবী। ৫৭,৬১৩ কোটি ই-বাছ সেৱা প্ৰকল্পৰ ভিতৰত ২০ হাজাৰ কোটি টকা কেন্দ্ৰই দিব। এই ই-বাছসমূহ পিপিপি মডেলত নিৰ্মাণ কৰা হʼব। গ্ৰীণ আৰ্বান মবিলিটি ইনিচিয়েটিভৰ অধীনত ১৮১খন চহৰৰ আন্তঃগাঁথনি উন্নয়ন কৰিব চৰকাৰে। বুধবাৰে কেন্দ্ৰীয় কেবিনেট বৈঠকত ৭টা ৰেʼল প্ৰকল্পৰ বাবে ৩২,৫০০ কোটি টকাৰ অনুমোদন জনায়।

ডিজিটেল ইণ্ডিয়াৰ সম্প্ৰসাৰণৰ বাবে প্ৰায় পোন্ধৰ হাজাৰ কোটি টকা অনুমোদন জনাইছে মোডী চৰকাৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কেন্দ্ৰীয় কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তক লৈ এক সংবাদমেল অনুষ্ঠিত কৰে। বিশ্বকৰ্মা প্ৰকল্পৰ জৰিয়তে কমেও ৩০ লাখ শিল্পী উপকৃত হʼব বুলি ৰেʼল মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। লগতে সোণাৰি, শিপিনী, নাপিত, চামৰাৰ কাম কৰা, কাপোৰ ধোৱা আৰু অন্যান্য বৃত্তিৰ সংশ্লিষ্ট লোকসকলেও যথেষ্ট উপকৃত হʼব।

এই প্ৰকল্পৰ বাবে ১৩ হাজাৰ কোটি টকা অনুমোদন দিয়া হৈছে। অশ্বিনী বৈষ্ণৱে কয় যে প্ৰথম পৰ্যায়ত চৰকাৰে বৃত্তিটোৰ সৈতে জড়িত লোকসকলক প্ৰশিক্ষণ দিব। এই প্ৰশিক্ষণৰ সময়ছোৱাত প্ৰতিদিনে ৫০০ টকাৰ ষ্টাইপেণ্ড দিয়া হʼব। আধুনিক সা-সৰঞ্জাম ক্ৰয়ৰ বাবে ১৫ হাজাৰ টকা পৰ্যন্ত সাহায্য প্ৰদান কৰা হʼব। ১ লাখ টকা পৰ্যন্ত ঋণ দিয়া হʼব। এই ক্ষেত্ৰত সৰ্বোচ্চ ৫ শতাংশ সুদহে দিব লাগিব বুলিও কয় ৰেʼল মন্ত্ৰীগৰাকীয়ে।

দ্বিতীয় পৰ্যায়ত বিপণন সাহায্যৰ উপৰি দুই লাখ টকাৰ ঋণৰ সুবিধা উপলব্ধ হʼব। ইফালে, কেবিনেটে ৰেʼলৱেৰ ৭টা মাল্টি ট্ৰেকিং প্ৰকল্পৰ বাবে ৩২,৫০০ কোটি টকাৰ অনুমোদন প্ৰদান কৰে। এই প্ৰকল্পসমূহ দেশৰ ৯খন ৰাজ্যৰ ৩৫খন জিলাত প্ৰৱেশ কৰিব।খবৰ অনুসৰি, ই অন্ধ্ৰপ্ৰদেশ, বিহাৰ, গুজৰাট, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, ওড়িশা, তেলেংগানা, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগ আদি ৰাজ্যৰ ৩৫খন জিলাক সামৰি লʼব।

modi 1 1 1 1 | ASSAM TIMES POSTকোৱা হৈছে যে যেতিয়া এই সকলোবোৰ প্ৰকল্প সম্পূৰ্ণ হʼব তেতিয়া ৰেʼল নেটৱৰ্ক আৰু অধিক সম্প্ৰসাৰিত হʼব আৰু ৰেʼল সেৱা দেশৰ অধিক অঞ্চললৈ যাব। প্ৰকল্পটো ৰূপায়ণৰ পিছত ২৩৩৯ কিলোমিটাৰ নতুন ৰেʼলৱে ৰেʼল নেটৱৰ্কত অন্তৰ্ভুক্ত কৰা হʼব।

ইয়াৰ উপৰি ৰেʼল মন্ত্ৰীগৰাকীয়ে ৰেʼল ব্যৱস্থা সুচাৰুৰূপে চলিব বুলি দাবী কৰে। ইফালে ৰেʼল যাত্ৰাত ৰেহাই ঘূৰাই দিয়া সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ৰেʼল মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিজন যাত্ৰীৰ বাবে ৫৫ শতাংশ ৰেহাই দিয়া হৈছে। অৰ্থাৎ যদি দাম ১০০ টকা হয় তেন্তে ইতিমধ্যে যাত্ৰীৰ পৰা ৪৫ টকা লোৱা হৈছে।

Tags: মোডী চৰকাৰৰ বৃহৎ ঘোষণালোকসভা নিৰ্বাচনৰ পূৰ্বে
Share4Tweet3Send

Related Posts

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী
National-International

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

by News Desk
August 10, 2026
50
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ
National-International

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

by News Desk
August 10, 2026
50
Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

by News Desk
August 10, 2026
50
Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত
National-International

Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত

by News Desk
August 10, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

by News Desk
August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

by News Desk
August 8, 2026
50
ADVERTISEMENT
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী
National-International

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
50
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ
National-International

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx