ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Drugs Seized in Cachar I কাছাৰত হেৰ’ইনসহ আটক সৰবৰাহকাৰী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 16, 2023
Reading Time: 1 min read
A A
0
Drugs Seized in Cachar I কাছাৰত হেৰ’ইনসহ আটক সৰবৰাহকাৰী

RELATED POSTS

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

কাছাৰত হেৰ’ইনসহ মণিপুৰৰ এগৰাকী মহিলা আৰু কাছৰৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হৈছে (Drugs Seized in Cachar)। বুধবাৰৰ দিনা অসম ৰাইফলচ আৰু লক্ষীপুৰ আৰক্ষীয়ে লক্ষীপুৰ থানাধীন মাৰকুলিনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ লালৰন ছুয়াং আৰু কাছাৰৰ জিৰিঘাট লৱনখালৰ ৰমা মাৰৰ পৰা ১০ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচত বজাৰ মূল্য ৪৫ লাখ টকাৰ ১১৪.৯৩ গ্ৰাম হেৰ’ইন জব্দ কৰে।

কাছাৰ
কাছাৰত হেৰ’ইনসহ আটক সৰবৰাহকাৰী:

মণিপুৰৰ পৰা কাছাৰলৈ লৈ যোৱা অৱস্থাত আটক কৰা হয় ড্ৰাগছ সৰবৰাহকাৰীক আৰু জব্দ কৰা হয় হেৰ’ইনখিনি। লক্ষীপুৰ থানাত ড্ৰাগছ সৰবৰাহকাৰী দুজনক গতাই দিয়াৰ পিছৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আটক সৰবৰাহকাৰীকাছাৰত হেৰ'ইনসহ
Share4Tweet3Send

Related Posts

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস
Assam

by News Desk
September 8, 2026
52
Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
Assam

Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

by News Desk
September 8, 2026
52
Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন
Assam

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

by News Desk
September 8, 2026
52
হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

51
Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

September 7, 2026
51
জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান

50
ADVERTISEMENT
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী
National-International

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

September 9, 2026

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ
DIPHU

Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

Assam Times Post is an Online Assamese and English News Portal from Assam.

India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

September 9, 2026
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী

India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী

September 9, 2026
Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

Diphu flood : পাহাৰীয়া বানৰ কবলত ডিফু চহৰ

September 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d