ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sexual assault on a moving train I ৰে’লত এগৰাকীক ধৰ্ষণৰ চেষ্টা, ষ্টেচনত পাঁচগৰাকী যুৱতীক শাৰীৰিক নিৰ্যাতন! মুম্বাইত গ্ৰেপ্তাৰ অভিযুক্ত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 16, 2023
Reading Time: 1 min read
A A
0
Sexual assault on a moving train I ৰে’লত এগৰাকীক ধৰ্ষণৰ চেষ্টা, ষ্টেচনত পাঁচগৰাকী যুৱতীক শাৰীৰিক নিৰ্যাতন! মুম্বাইত গ্ৰেপ্তাৰ অভিযুক্ত

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

স্থানীয় ৰে’লত কলেজীয়া ছাত্ৰীক ধৰ্ষণৰ (Sexual assault) চেষ্টা কৰাৰ অভিযোগ। কেৱল সেয়াই নহয়, ৫ গৰাকী যুৱতীকো ষ্টেচনত শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চল্লিশ বছৰীয়া লোকজনক। মুম্বাইত সংঘটিত হয় এই ঘটনা। অভিযুক্তৰ নাম নৱাজু কৰিম শ্বেখ (Nawaju Karim Shaikh)।

Mumbai Rape Case
Sexual assault on a moving train:

ছত্ৰপতি শিৱাজী (চিএছটি) ষ্টেচন আৰু মছজিদ ষ্টেচনৰ (Chhatrapati Shivaji Maharaj Terminus (CSMT) and Masjid railway stations) মাজত পনভেল অভিমুখী ৰে’লত নৱাজুৱে এগৰাকী কলেজীয়া ছাত্ৰীক ধৰ্ষণৰ চেষ্টা চলায় বুলি অভিযোগ উঠিছে। আৰক্ষীৰ তথ্য অনুসৰি, বুধবাৰে পুৱা ৭.২৬ বজাত হাৰ্বাৰ লাইন ৰেʼলৰ মহিলা বিভাগত উঠে বিশ বছৰীয়া এগৰাকী যুৱতী। নৱাজুৱে তেওঁক অনুসৰণ কৰে। সেই সময়ত ডবাটোত যুৱতীগৰাকী অকলে আছিল। নৱাজুৱে তেওঁক অকলে পাই ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে। মছজিদ ষ্টেচনত প্ৰৱেশ কৰি আছিল ৰে’লখন। যুৱতীগৰাকীয়ে তেওঁক বাধা দিয়াত তেওঁ চলন্ত ৰে’লখনৰ পৰা জঁপিয়াই প্লেটফৰ্মলৈ গৈ ৰে’লখনৰ আন এটা ডবালৈ যায়।

এই ঘটনাৰ পিছতে তেওঁ মছজিদ ষ্টেচনত জি আৰ পিৰ ওচৰত এজাহাৰ দাখিল কৰে। ৰেʼলত ধৰ্ষণৰ চেষ্টাৰ ঘটনা ৰাজহুৱা হৈ পৰে। ইয়াৰ পিছতে ৰেʼল আৰক্ষী, ৰেʼল সুৰক্ষা বাহিনী আৰু মুম্বাই আৰক্ষীয়ে অভিযুক্তক বিচাৰিবলৈ আৰম্ভ কৰে। মুম্বাই আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই কয়, “আমি মছজিদ ষ্টেচনৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰো। মই অভিযুক্তক চিনাক্ত কৰো। ইয়াৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।” আৰক্ষীৰ তথ্য অনুসৰি, একেদিনাই চিএছটি ষ্টেচনত ৫ গৰাকী যুৱতীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগো নৱাজুৰ বিৰুদ্ধে।

নৱাজৰ এই কৃতিত্ব ষ্টেচনৰ চিচিটিভিৰ ফুটেজতো বন্দী হৈছিল।ৰেʼল যাত্ৰী পৰিষদৰ অধ্যক্ষ সুভাষ গুপ্তাই কয়, “এয়া অতিশয় চিন্তাৰ বিষয়। স্থানীয় ৰে’লত নিৰাপত্তা বিষয়টো পুনৰ পৰীক্ষা কৰাৰ সময়। মহিলা যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে ৰেʼল কৰ্তৃপক্ষই উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশা কৰিছো।”

Tags: Sexual assault
Share4Tweet3Send

Related Posts

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

by News Desk
June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

by News Desk
June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

by News Desk
June 23, 2026
50
Jaish-e-Mohammad : পাক সন্ত্ৰাসবাদী সংগঠন জৈছৰ সৈতে যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

Minor rape : ফুটপাথৰ পৰা উঠাই নি নাবালিকাক ধৰ্ষণ কৰি হত্যা, গ্ৰেপ্তাৰ অভিযুক্ত

Qatar factory blast । কাটাৰত গেছ উৎপাদন কাৰখানা বিস্ফোৰণত নিহত ১২ ভাৰতীয়

by Staff Reporter
June 23, 2026
50
ADVERTISEMENT
Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ
NORTHEAST

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
50
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়
National-International

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
50
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল
National-International

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026
50
Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ
National-International

Financial fraud : বেংকৰ লকাৰ খুলি স্তম্ভিত আৰক্ষী, চৰকাৰী বিষয়াৰ পত্নীৰ নামত টকাৰ পাহাৰ

June 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

Tripura Cabinet : ত্ৰিপুৰাত চৰকাৰী চিকিৎসকে কৰিব নোবাৰিব ব্যক্তিগত প্ৰেকষ্টিজ : দৰমহাত বিশেষ ২০ শতাংশ বৃদ্ধিৰ অনুমোদন চৰকাৰৰ

June 23, 2026
Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

Qatar Explosion : কাটাৰত বিস্ফোৰণ : ভয়াৱহ বিস্ফোৰণত মৃত ভাৰতীয়

June 23, 2026
Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

Terrible fire in Lucknow : লক্ষ্ণৌৰ বহুতল অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড : ছাৰখাৰ কৰি পেলালে দুয়োটা পৰিয়ালৰ সকলো সপোন, মৃত প্ৰেমিক যুগল

June 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT