ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

4 boys drown at Mumbai’s Juhu beach I নিষেধাজ্ঞাক উপেক্ষা কৰি উত্তাল সমুদ্ৰত ৫ কিশোৰ, মুম্বাইৰ জুহু বিচত ডুবিল ৪

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 13, 2023
Reading Time: 1 min read
A A
0
4 boys drown at Mumbai’s Juhu beach I নিষেধাজ্ঞাক উপেক্ষা কৰি উত্তাল সমুদ্ৰত ৫ কিশোৰ, মুম্বাইৰ জুহু বিচত ডুবিল ৪

RELATED POSTS

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

বিপর্যয়ৰ বাবে উত্তাল সমুদ্ৰ। সৃষ্টি হৈছে বিশাল ঢৌ। এই পৰিস্থিতিত ‘লাইফগাৰ্ড’ৰ নিষেধাজ্ঞাক উপেক্ষা কৰি মুম্বাইৰ (Mumbai) পাঁচজন কিশোৰ সাগৰত নামি ডুব যায়। তাৰে মাজৰ পৰা উদ্ধাৰ হয় এজন কিশোৰ। মুম্বাইৰ জুহু বিচত (Juhu Beach) সংঘটিত হয় এই ঘটনা। ‘বিপৰ্যয়’ ঘূৰ্ণীবতাহৰ আগমনৰ বাবে মুম্বাই আৰু মহাৰাষ্ট্ৰৰ সকলো বিচ সম্প্ৰতি জনসাধাৰণৰ বাবে বন্ধ কৰি দিয়া হৈছে। কিন্তু নিষেধাজ্ঞা অমান্য কৰি পাঁচজন কিশোৰ সাগৰত নামে।http://(Juhu Beach)

Mumbai Juhu Beach
4 boys drown at Mumbai’s Juhu beach:

সোমবাৰে সন্ধিয়া ৪.৩০ বজাৰ পৰা ৫ বজাৰ ভিতৰত জেটিৰ দিশৰ পৰা সাগৰৰ সমীপত উপস্থিত হয় তেওঁলোক। জেটিত উপস্থিত থকা লাইফগাৰ্ডে নিয়ম অনুসৰি হুইচেল মাৰি তেওঁলোকক উভতি যাবলৈ কয়। কিন্তু নিষেধাজ্ঞাক আওকাণ কৰি পাঁচোটা কিশোৰে জেটিত লুকাই পানীত নামি পৰে। সেই সময়ত আৰব সাগৰ উত্তাল হৈ আছিল। কিছু মুহূৰ্তৰ ভিতৰতে পাঁচোটা কিশোৰকে পানীয়ে উটুৱাই লৈ যায়। সেই কথা উপলব্ধি কৰি ‘লাইফগাৰ্ড’জন দৌৰি যায়। কিন্তু তেতিয়ালৈ তেওঁলোক বহু দূৰ গুচি গৈছিল।

জানিব পৰা মতে, অগ্নিনিৰ্বাপক বাহিনী, মুম্বাই আৰক্ষীৰ বিশেষ বাহিনী, বিএমচিৰ দুৰ্যোগ সঁহাৰি দলৰ লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। অৱশ্যে অনুসন্ধানৰ অন্তত এজন কিশোৰকহে উদ্ধাৰ কৰা সম্ভৱ হয়। জেটিৰ ৰছীত ধৰি নিজৰ জীৱন ৰক্ষা কৰে কিশোৰজনে। বাকীকেইজনৰ সন্ধান পোৱা নগʼল। পাঁচ ঘণ্টা ধৰি অবিৰত অনুসন্ধানৰ অন্তত উদ্ধাৰ অভিযানৰ অন্ত পৰাৰ কথা ঘোষণা কৰা হয়।

খবৰ অনুসৰি, নিৰুদ্দেশ হোৱা কিশোৰকেইটাৰ ঘৰ ছান্টা ক্ৰুজ ইষ্টৰ ভাকোলাৰ দত্ত মন্দিৰ অঞ্চলত।আৰক্ষীৰ সূত্ৰ অনুসৰি, সোমবাৰে মুঠ ৮ জন কিশোৰে সাগৰৰ পাৰত পিকনিকলৈ গৈছিল। পাঁচজনে সাগৰত গা ধুব যায়। তাৰ পিছতেই এই অঘটন সংঘটিত হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Mumbai
Share4Tweet3Send

Related Posts

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো
National-International

by News Desk
October 23, 2026
51
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ
National-International

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

by News Desk
October 23, 2026
51
Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু
National-International

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

by News Desk
October 23, 2026
51
Delivery boy suicided : দুখীয়া হোৱাটো অপৰাধ নেকি? ফটা নোট নোলোৱা বাবে চৰ খাই বিষ খালে ডেলিভাৰী এজেণ্টে

Jammu Kashmir controversy : জম্মু-কাশ্মীৰ ভাৰতৰেই অংশ, এইবাৰ প্ৰস্তাৱ দাখিল ব্ৰিটিছ সংসদত

ECI controversy : দুজন আয়ুক্তৰ পৰা পত্ৰ লাভ কৰাৰ পিছতো কেবিনেট সচিবালয়ে ‘স্বেচ্ছাচাৰী’ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ, আৰটিআইৰ তথ্যত প্ৰকাশ

ADVERTISEMENT
Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো
National-International

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

October 23, 2026
51
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ
National-International

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

October 23, 2026
51
Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত
Guwahati

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

October 23, 2026
51
Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু
National-International

Pregnant woman rape : গৰ্ভৱতী মহিলাক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ; ৰাস্তাত প্ৰসৱ, নৱজাতকৰ মৃত্যু

October 23, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

Delhi protest : পূজা শেষ হোৱাৰ লগে লগে দিল্লীত পুনৰ জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক কেইবাজনো

October 23, 2026
JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

JK terrorist camp : জম্মু-কাশ্মীৰত উদ্ধাৰ সন্ত্ৰাসবাদীৰ আত্মগোপন স্থান; বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, খাদ্য উদ্ধাৰ

October 23, 2026
Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

Award announcement : অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম ঘোষণা, ড° ভূপেন হাজৰিকা ৰাষ্ট্ৰীয় বঁটা উষা মংগেশকাৰলৈ, ৰঙিয়াত ৩০০ কোটি টকীয়া উদ্যোগ স্থাপনৰ সিদ্ধান্ত

October 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d