ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Hot Star App I হট ষ্টাৰে বিনামূলীয়াকৈ দেখুৱাব এদিনীয়া বিশ্বকাপ

নিউজ ডেস্কঃ

News Desk by News Desk
June 9, 2023
Reading Time: 1 min read
A A
0
Hot Star App I হট ষ্টাৰে বিনামূলীয়াকৈ দেখুৱাব এদিনীয়া বিশ্বকাপ

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

এছিয়া কাপ (Asia Cup) হওক বা এদিনীয়া বিশ্বকাপ (ODI World Cup), মোবাইলত হট ষ্টাৰ এপ (Hot Star App) থাকিলে সকলো বিনামূলীয়াকৈ চাব পাৰিব (Can watch for free)। মুকেশ আম্বানীৰ জিঅ’ চিনেমাৰ প্ৰত্ত্যুত্তৰ দিবলৈ হট ষ্টাৰৰ এই ব্যৱস্থা বুলি অনুমান কৰা হৈছে।

জিঅ’ চিনেমাৰ গ্ৰাহকসকলে যোৱা বছৰ ফুটবল বিশ্বকাপ চাবলৈ একো খৰচ কৰিবলগীয়া হোৱা নাছিল। মোবাইলত খেল বিনামূলীয়াকৈ চাবলৈ পাইছিল। আইপিএলৰ সময়তো একেই ব্যৱস্থা কৰা হয়। ভাৰতৰ বিপুল বজাৰত জিঅʼৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এইবাৰ ষ্টাৰে বিনামূলীয়াকৈ এছিয়া কাপ আৰু ক্ৰিকেট বিশ্বকাপ দেখুৱাবলৈ গৈ আছে।

হট ষ্টাৰ
হট ষ্টাৰে বিনামূলীয়াকৈ দেখুৱাব এদিনীয়া বিশ্বকাপ:

হট ষ্টাৰৰ মুৰব্বী চাজিত শিৱানন্দনে কয়, “অʼটিটিৰ জৰিয়তে হট ষ্টাৰ হৈছে এটা প্ৰিমিয়াৰ এপ। আমি দৰ্শকসকলক বিভিন্ন অভিজ্ঞতা প্ৰদান কৰিছো। এইবাৰ আমি এছিয়া কাপ আৰু এদিনীয়া বিশ্বকাপ ক্ৰিকেট বিনামূলীয়াকৈ দেখুৱাবলৈ ওলাইছো। ইয়াৰ দ্বাৰা আমি অধিক লোকৰ কাষ চাপিব পাৰিম।”

উল্লেখযোগ্য যে জিঅ’ চিনেমাত বৃহৎসংখ্যক লোকে বিনামূলীয়াকৈ চাইছিল আইপিএলৰ খেল। এই প্ৰতিযোগিতাৰ বাবে জিঅʼৰ হাতত আছিল মোবাইল সম্প্ৰচাৰৰ অধিকাৰ। টিভিৰ অধিকাৰ ষ্টাৰে ক্ৰয় কৰাৰ পিছতো মোবাইল অধিকাৰ ক্ৰয়ৰ যুঁজত জিঅʼৰ হাতত পৰাস্ত হʼবলগীয়া হৈছিল। কিন্তু আইচিচি প্ৰতিযোগিতাত ষ্টাৰৰ দুয়োটা অধিকাৰ আছে।

কিন্তু বহুতে হট ষ্টাৰ ছাবস্ক্ৰাইব কৰা নাই। খেল চাবলৈ তেওঁলোকে জিঅʼক বেছি পছন্দ কৰে। বিশ্বকাপ সন্মুখত থকাৰ সময়তে ষ্টাৰে জিঅʼই মানুহক নিজৰ ওচৰলৈ ঘূৰাই আনিবলৈ ব্যৱহাৰ কৰা একেটা অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ ওলাইছে। জিঅ’ চিনেমাত খেল চাবলৈ বিনামূলীয়া হʼলেও আন বহু অনুষ্ঠান চাবলৈ টকা খৰচ হয়। হট ষ্টাৰেও একেদৰেই আগবাঢ়িব বিচাৰে।

Tags: Hot Star Appহট ষ্টাৰ এপ
Share4Tweet3Send

Related Posts

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ
Sports News

Fifa world cup 2026 : জাৰ্মানী পৰাস্ত : ইকুৱেডৰত ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষণা ৰাষ্ট্ৰপতিৰ

by News Desk
June 26, 2026
50
Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি
Sports News

Fifa world cup 2026 : কানছাছ চিটিত কেৱল মেছি : এইবাৰ ‘বেবী মেছি’, নিশাৰ ভিতৰত হৈ পৰিল চেলিব্ৰিটি

by News Desk
June 25, 2026
50
World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে
Sports News

World cup Referee : বিশ্বকাপ ফুটবলত কিমান ধন পায় ৰেফাৰীয়ে

by News Desk
June 16, 2026
50
Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী
Sports News

Football fans of Japan : জাপানৰ ফুটবল অনুৰাগীয়ে দেখুৱালে নিৰ্দশন : খেল চাই পৰিষ্কাৰ কৰি গ’ল গেলেৰী

by News Desk
June 15, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
Sports News

FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

by News Desk
June 11, 2026
50
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

by News Desk
June 9, 2026
50
ADVERTISEMENT
Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক
National-International

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
50
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 
National-International

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

June 28, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

June 28, 2026
50
Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী
National-International

Earthquake : সন্ধিয়া ভূমিকম্পত কঁপি উঠিল দেশৰ ৰাজধানী

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Donald Trump : নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিব ট্ৰাম্প, আদালতৰ সকাহ প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতিক

পুনৰ যুদ্ধ হ’লে অস্তিত্ব নাথাকিব ইৰাণৰ : ট্ৰাম্পৰ হুংকাৰ

June 28, 2026
ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ইন্ধন কোষ চালিত ৰে’ল বাণিজ্যিক পৰিচালনাৰ বাবে ফ্লেগ অফ 

June 28, 2026
Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

June 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx