ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Kuki-Chin MLAs over separate administration demand | এইবাৰ মণিপুৰ বিভাজনৰ দাবী বিজেপিৰ কুকি বিধায়কৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 8, 2023
Reading Time: 1 min read
A A
0
Kuki-Chin MLAs over separate administration demand |   এইবাৰ মণিপুৰ বিভাজনৰ দাবী বিজেপিৰ কুকি বিধায়কৰ

RELATED POSTS

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

অনুসূচিত জাতি কুকি-চিন সম্প্ৰদায়ৰ ১০ জন বিধায়কে (Kuki-Chin MLAs) মেইটেই সম্প্ৰদায়ৰ ৰাজ্য মণিপুৰ (Manipur) তেওঁলোকৰ বাবে এতিয়া সুৰক্ষিত নহয় বুলি দাবী উত্থাপন কৰিছে। ইয়াৰে ৭ জনেই হৈছে শাসকীয় দল ৰাজ্যিক বিজেপিৰ! এই ঘটনাৰ বাবে এতিয়া গেৰুৱা শিবিৰ অস্বস্তিত পৰিছে। বিধানসভাৰ স্বাধীনতা সুৰক্ষা সমিতিৰ অধ্যক্ষ স্বপম নিশিকান্ত সিঙে বুধবাৰে খৰখেদাকৈ ১০ জন বিধায়কলৈ এক জাননীও প্ৰেৰণ কৰে।

মণিপুৰত হিংসা ৰোধ কৰাত ব্যৰ্থ হোৱা নৰেন্দ্ৰ মোডী (Narendra Modi) চৰকাৰক ইতিমধ্যে অনুসূচিত জাতিৰ এটা অংশই আঙুলি উঠাইছে। বুধবাৰে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ (Amit Shah) বাসগৃহৰ সন্মুখত কুকি জনজাতিৰ কেইবাটাও সংগঠনৰ সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ হাতত আছিল ‘চেভ কুকি লাইভছ’ (Save Kuki Lives) বুলি লিখা পোষ্টাৰ। সোমবাৰৰ পৰা মণিপুৰত বিয়পি পৰিছে নতুন হিংসা।

Manipur Update
Kuki-Chin MLAs over separate administration demand

বিজেপিৰ বিধায়ক, কুকি জনজাতিৰ নেতা ভুঞ্জাগিক ভাল্ট বুধবাৰে সংঘটিত জনগোষ্ঠীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়। ইয়াৰ পিছত ৰাজ্যৰ অংশীদাৰিত্ব দাবী কৰা হʼল।
৩ মেʼত জনজাতি ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’ৰ (আটছুম) (All Trible Students Union of Manipur) কাৰ্যসূচীক কেন্দ্ৰ কৰি উত্তৰ-পূৱৰ ৰাজ্যখনত অশান্তিৰ সৃষ্টি হয়।

মণিপুৰ উচ্চ ন্যায়ালয়ে মেইটেইসকলক অনুসূচিত জাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়টো বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল। ইয়াৰ পিছত অলপ সময়ৰ ভিতৰতে তেওঁৰ বিৰোধিতা কৰি জনসংগঠন ওলাই আহে। আৰু উক্ত ঘটনাৰ পৰাই তাত সংঘাত আৰম্ভ হৈছিল।

৬ মেʼত নৰেন্দ্ৰ মোডী চৰকাৰে মণিপুৰৰ আদিবাসী হিন্দু মেইটেই সম্প্ৰদায়ৰ সৈতে কুকি, জো, আৰু অন্যান্য অনুসূচিত জাতি জনগোষ্ঠীৰ (যিসকলৰ অধিকাংশই খ্ৰীষ্টান) মাজত সংঘৰ্ষ ৰোধ কৰিবলৈ মণিপুৰত আইন-শৃংখলা বজাই ৰখাৰ দায়িত্ব কান্ধত লয়। সেনা আৰু অসম ৰাইফলছ বাহিনীক নমাই দিয়া হয়।

চিআৰপিএফৰ প্ৰাক্তন মুৰব্বী কুলদীপ সিঙক সামগ্ৰিক নিৰাপত্তাৰ ব্যৱস্থা চোৱাচিতাৰ দায়িত্ব দিয়া হৈছিল। তেওঁৰ অধীনত এডিজিপি (চোৰাংচোৱা) আশুতোষ সিঙক সমগ্ৰ নিৰাপত্তা ব্যৱস্থাৰ অপাৰেচনেল কমাণ্ডাৰৰ দায়িত্ব দিয়া হৈছিল। কিন্তু এমাহৰ পাছতো হিংসা বন্ধ নহʼল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Kuki-Chin MLAs
Share4Tweet3Send

Related Posts

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

by News Desk
September 4, 2026
51
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
NORTHEAST

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

by News Desk
August 31, 2026
60
Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram
NORTHEAST

Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram

by News Desk
August 30, 2026
54
Assam Police Arrest Four in Meghalaya, Recover Two Stolen Bikes
NORTHEAST

Assam Police Arrest Four in Meghalaya, Recover Two Stolen Bikes

by News Desk
August 29, 2026
50
Breaking : NSCN (IM) Cadre Apprehended in Ledo; Mobile Phone Seized
NORTHEAST

Breaking : NSCN (IM) Cadre Apprehended in Ledo; Mobile Phone Seized

by News Desk
August 29, 2026
50
Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ
NORTHEAST

Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ

by News Desk
August 28, 2026
51
ADVERTISEMENT
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

September 7, 2026
50
CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ
National-International

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

September 7, 2026
50
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

September 7, 2026
50
বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই
Guwahati

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

September 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

September 7, 2026
CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

September 7, 2026
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

September 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d