ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Crores of rupees and Gold biscuits recovered I নোট বাতিলৰ পিছদিনাই চৰকাৰী কাৰ্যালয়ৰ বেছমেণ্টৰ পৰা কোটি কোটি টকা, সোণৰ বিস্কুট উদ্ধাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
May 20, 2023
Reading Time: 1 min read
A A
0
Crores of rupees and Gold biscuits recovered I নোট বাতিলৰ পিছদিনাই চৰকাৰী কাৰ্যালয়ৰ বেছমেণ্টৰ পৰা কোটি কোটি টকা, সোণৰ বিস্কুট উদ্ধাৰ

RELATED POSTS

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

২০০০ টকীয়া নোট বাতিল (Rs 2,000 notes cancelled) ঘোষণাৰ পিছদিনাই চৰকাৰী কাৰ্যালয়ৰ পৰা কোটি কোটি টকা উদ্ধাৰ (Crores of rupees and Gold biscuits recovered) কৰে আৰক্ষীয়ে। কেৱল ধনেই নহয়, সোণৰ বিস্কুটো উদ্ধাৰ কৰা হয়। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, চৰকাৰী কাৰ্যালয়ৰ বেছমেণ্টত গৰাকীবিহীন হিচাপে পৰি আছিল ধনখিনি। ইতিমধ্যে এই ঘটনাত চৰকাৰী কাৰ্যালয়টোৰ ৮ জনমান কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

ৰাজস্থানৰ জয়পুৰত (In Jaipur, Rajasthan) সংঘটিত হৈছে এই ঘটনা। কিন্তু এই টকা কʼৰ পৰা আহিল, কাৰ টকা তাৰ তদন্ত চলি আছে। আৰক্ষীৰ তথ্য অনুসৰি, উদ্ধাৰ হোৱা নগদ ধনৰ পৰিমাণ প্ৰায় ২.৫ কোটি। আৰক্ষীৰ সূত্ৰ অনুসৰি ধনখিনিৰ লগতে এক কেজি সোণৰ বিস্কুটো উদ্ধাৰ হৈছে।

 Gold biscuits recovered
Crores of rupees and Gold biscuits recovered:

ৰাজস্থানৰ চৰকাৰী শীৰ্ষ বিষয়া মহেশ গুপ্তাই এই সন্দৰ্ভত জয়পুৰ আৰক্ষীক অৱগত কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে যোজনা ভৱনত তালাচী অভিযান চলায়। জয়পুৰ আৰক্ষী আয়ুক্ত আনন্দ কুমাৰ শ্ৰীবাস্তৱে কয়, “যোজনা ভৱনৰ বেছমেণ্টত থকা এটা বেগৰ পৰা ২ কোটি ৩১ লাখ টকা আৰু ১ কেজি সোণৰ বিস্কুট উদ্ধাৰ কৰা হৈছে।

তদন্ত আৰম্ভ হৈছে। এই ধন কʼৰ পৰা আহিছিল চিচিটিভিৰ ফুটেজ তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে। কোনোবাই টকাৰ বেগটো তাতে থৈ গৈছিল নেকি, তাৰো তদন্ত চলি আছে। মুখ্যমন্ত্ৰী অশোক গেহলটকো এই বিষয়ে অৱগত কৰা হৈছে।”

উল্লেখযোগ্য যে শুকুৰবাৰে ৰিজাৰ্ভ বেংকে ঘোষণা কৰে যে ২০০০ টকীয়া নোট ৩০ ছেপ্টেম্বৰলৈকে বৈধ হৈ থাকিব। ২০০০ টকাৰ নোট উক্ত সময়সীমাৰ ভিতৰত বেংকত জমা কৰিব লাগে। এই নোট বাতিল ঘোষণাৰ কিছু সময়ৰ পাছতেই জয়পুৰৰ চৰকাৰী ভৱনৰ পৰা কোটি কোটি টকা উদ্ধাৰৰ গোচৰত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Gold biscuits recoveredJaipurnoteনোটসোণৰ বিস্কুট উদ্ধাৰ
Share5Tweet3Send

Related Posts

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

by News Desk
September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

by News Desk
September 25, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
September 25, 2026
50
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা
National-International

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

by News Desk
September 25, 2026
51
Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই
National-International

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

by News Desk
September 25, 2026
51
CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ
National-International

CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

by News Desk
September 25, 2026
53
ADVERTISEMENT
Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ
Guwahati

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
50
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ
National-International

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

Musk deer : গুৱাহাটীৰ উপকণ্ঠত ৬০ লক্ষাধিক টকাৰ বন্যপ্ৰাণীৰ অংগ জব্দ

September 25, 2026
Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

Lady Don arrested : দিল্লীত গ্ৰেপ্তাৰ ‘লেডী ডন’ পাৰ্বতী, চলাই আছিল বৃহৎ ড্ৰাগছ সৰবৰাহৰ চক্ৰ

September 25, 2026
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d