ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

2000 Note I এইবাৰ ২০০০ টকীয়া নোট বাতিল কৰিব মোদী চৰকাৰে! ৰিজাৰ্ভ বেংকৰ জাননী

নিউজ ডেস্কঃ

News Desk by News Desk
May 19, 2023
Reading Time: 1 min read
A A
0
2000 Note I এইবাৰ ২০০০ টকীয়া নোট বাতিল কৰিব মোদী চৰকাৰে! ৰিজাৰ্ভ বেংকৰ জাননী

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

পুনৰ নোট বাতিল! এইবাৰ ২০০০ টকীয়া নোট বন্ধ (Rs 2,000 currency closed) কৰাৰ সিদ্ধান্ত ল’লে ভাৰতীয় ৰিজার্ভ বেংকে ( Reserve Bank of India decides)। শুকুৰবাৰে এক বিজ্ঞপ্তিত এই কথা জনাইছে আৰবিআয়ে। অবিলম্বে ২০০০ টকীয়া নোটৰ ব্যৱহাৰ বন্ধ কৰিবলৈ বেংকবোৰক পৰামর্শ দিছে আৰবিআয়ে।আনহাতে, ২০০০ হাজাৰ টকীয়া নোট কাৰোবাৰ হাতত থাকিলে সেয়া ২৩ মে’ৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত বেংকত জমা কৰিব লাগিব হ’ব।

উল্লেখযোগ্য যে ২০১৬ চনত নোট বাতিল কৰিছিল নৰেন্দ্র মোদী চৰকাৰে। সেইবাৰ ৫০০ আৰু ১ হাজাৰ টকীয়া নোট বাতিল কৰা হৈছিল। যাক কেন্দ্ৰ কৰি দেশজুৰি এক হুলস্থুল লাগি পৰিছিল। বিপদত পৰিছিল বহু লোক। ইয়াকে লৈ ৰাষ্ট্ৰীয় ৰাজনীতি গৰম হৈ পৰিছিল। ৭ বছৰৰ মূৰত এইবাৰ ২০০০ টকীয়া নোট পুনৰ বন্ধ কৰিবলৈ লৈছে।

২০০০ টকীয়া নোট
২০০০ টকীয়া নোট বাতিল কৰিব মোদী চৰকাৰে:

আৰবিআয়ে জনোৱা মতে, ২০১৬ চনত নোট বাতিলৰ সময়ত ৫০০ আৰু ১০০০ টকাৰ নোট বাতিল কৰা হৈছিল। সেই সময়ত নোটৰ ঘাটি পূৰণ কৰিবলৈ বজাৰত ২০০০ টকীয়া নোট অনা হৈছিল। বর্তমান অন্য নোটবোৰৰ যোগান যথেষ্ট পৰিমাণে আছে। সেয়ে ২০১৮-১৯ চনত ২০০০ টকীয়া নোট ছপোৱা বন্ধ কৰি দিয়া হয়।

বজাৰত যিমান সংখ্যক ২ হাজাৰ টকীয়া নোট আছে, ২০১৭ চনৰ মার্চ মাহৰ পূৰ্বে তাৰে প্রায় ৮৯ শতাংশ এৰি দিয়া হৈছিল। বজাৰত যিমান পৰিমাণৰ ২ হাজাৰৰ নোট লেনদেন হৈছিল, তাৰ পৰিমাণ ক্রমান্বয়ে কমিছে। ২০১৮ চনৰ ৩১ মার্চত ইয়াৰ পৰিমাণ আছিল ৬.৭৩ লাখ কোটি টকা। কিন্তু ২০২৩ চনৰ ৩১ মার্চত সেয়া কমি হয় ৩.৬২ লাখ কোটি টকা। আৰবিআইৰ মতে, ২০০০ টকীয়া নোটৰ ব্যৱহাৰ লাহে লাহে কমিছে।

Tags: 000currencyRs 2নোট২০০০ টকীয়া
Share4Tweet3Send

Related Posts

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা
Economy

Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

by News Desk
April 1, 2026
50
Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম
Economy

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

by News Desk
March 9, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
Economy

World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

by News Desk
March 7, 2026
50
Dollar value increase : পশ্চিম এছিয়াত যুদ্ধৰ বাবে বৃদ্ধি পাইছে ডলাৰৰ মূল্য : এক ডলাৰৰ মূল্য ৯২.১৭ টকা, নিম্ন স্তৰলৈ অভিলেখ
Economy

Dollar value increase : পশ্চিম এছিয়াত যুদ্ধৰ বাবে বৃদ্ধি পাইছে ডলাৰৰ মূল্য : এক ডলাৰৰ মূল্য ৯২.১৭ টকা, নিম্ন স্তৰলৈ অভিলেখ

by News Desk
March 4, 2026
50
ADVERTISEMENT
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
50
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ
National-International

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx