ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

চিআইডিৰ জিম্মালৈ জোনমনি ৰাভাৰ দুৰ্ঘটনাৰ সাক্ষী বুলি দাবী কৰা বোকাখাতৰ প্ৰনৱৰ নাটকীয় আত্মপ্ৰকাশ

অজন্তা তালুকদাৰঃ বোকাখাত :

News Desk by News Desk
May 18, 2023
Reading Time: 1 min read
A A
0
চিআইডিৰ জিম্মালৈ জোনমনি ৰাভাৰ দুৰ্ঘটনাৰ সাক্ষী বুলি দাবী কৰা বোকাখাতৰ প্ৰনৱৰ নাটকীয় আত্মপ্ৰকাশ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

SI জোনমণি ৰাভা (Jonmoni Rabha)ৰ গাড়ী আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষ স্বচক্ষে দেখা বুলি দাবী কৰি সাংবাদিকৰ আগত বিস্ফোৰক মন্তব্য কৰা বোকাখাতৰ ৰজাবাৰীৰ যুৱক প্ৰনৱ দাস (Pranab Das) বৰ্তমান চিআইডি (CID custody)-ৰ জিম্মাত। বুধবাৰে নিশা বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিকৰ আগত দুৰ্ঘটনাৰ কথা বিস্তাৰিত ভাৱে ব্যাখ্যা কৰি বিস্ফোৰক মন্তব্য দিয়াৰ পাছৰে পৰা দীৰ্ঘসময়ৰ ৰহস্যজনক নিৰুদ্দেশৰ পাছত আজি বিয়লি প্ৰনৱৰ নাটকীয় আত্মপ্ৰকাশে সমগ্ৰ বিষয়টো অধিক ৰহস্যঘন কৰি তুলিছে।

উল্লেখ্য যে বুধবাৰে নিশাৰ পৰা বৃহস্পতিবাৰৰ দিনটো প্ৰনৱৰ নাছিল কোনো শুংসূত্ৰ। সম্ভৱতঃ যুৱকজনৰ ভাষ্য সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত কোনো কাৰণত ভিতিগ্ৰস্ত হৈছিল তেওঁ। জানিব পৰা মতে যোৱা বুধবাৰে নিশা ডেৰ বজাত যুৱকজন ওলাইছিল গৈ গেলেকীৰ জেঠায়েকৰ ঘৰত। কিন্তু জেঠায়েকে তেওঁক থাকিবলৈ দিয়া নাছিল।

RABHA 1 | ASSAM TIMES POST

এই সন্দৰ্ভত পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে প্ৰনৱৰ ঘৰলৈ আৰক্ষী গৈ যুৱকজন ক’ত আছে সোধপোছ কৰে যদিও পৰিয়ালৰ লোকে ঘৰত নাই বুলি জানিবলৈ দিয়ে।ৰহস্যঘন দুৰ্ঘটনাটোৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা যুৱকজনৰ কোনো সম্ভেদ নোপোৱা ঘটনায়ো বৃহস্পতিবাৰৰ দিনটো ৰহস্যৰ আৱৰ্তত ৰাখে। কিন্তু হঠাতে বৃহস্পতিবাৰে বিয়লি যুৱকজনক গুৱাহাটীৰ এটা ব্যক্তিগত চেটেলাইট টিভি চেনেলৰ কাৰ্যালয়ৰ পৰা চি আই ডি-এ নিজৰ জিম্মালৈ আনে। কিন্তু বুধবাৰে নিশা সাংবাদিকৰ আগত মন্তব্য দি নিৰুদ্দেশ হৈ থকা প্ৰনৱ দাস সকলোৰে অগোচৰে বোকাখাতৰ ৰজাবাৰীৰ পৰা গুৱাহাটী গৈ ওলোৱাৰ কথাই সম্প্ৰতি বিষয়টো জটিল কৰি তুলিছে।

গুৱাহাটীত প্ৰনৱ দাসক সাংবাদিকে পৰৱৰ্তী সময়ত প্ৰনৱৰ মন্তব্য সলনি হ’ব পাৰে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত প্ৰনৱে ক’ব লগীয়াখিনি ইতিমধ্যে কোৱা হ’ল বুলি মন্তব্য কৰে। পৰৱৰ্তী পৰ্যায়ত চি আই ডিৰ জিম্মাত প্ৰনৱৰ ভাষ্য অথবা ভূমিকাই জোনমনি ৰাভাৰ দুৰ্ঘটনাৰ অনুসন্ধানত কেনে প্ৰভাৱ পেলাব সেয়া সম্প্ৰতি লক্ষণীয় হৈ পৰিছে।

Tags: CIDচিআইডি
Share4Tweet3Send

Related Posts

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

by News Desk
August 7, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx