ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ভাৰত হব পাৰে কুৰ্দ জাতিৰ বাবে মিত্ৰ দেশ”

ASSAM TIMES POST by ASSAM TIMES POST
December 1, 2019
Reading Time: 1 min read
A A
0
ভাৰত হব পাৰে কুৰ্দ জাতিৰ বাবে মিত্ৰ দেশ”

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

গুৱাহাটী: ভাৰতৰ গণতন্ত্ৰ , ভিন্নতাৰ মাজত একতা , জাতিগত পৰিচয়ক সন্মান জনাই  পশ্চিম এছিয়াৰ সংগ্ৰামৰত  কুৰ্দ জাতিৰ যুৱ প্ৰতিনিধি ডিয়াৰি খালিড মাৰীফে কুৰ্দ সকলৰ বাবে মিত্ৰ দেশ বুলি অভিহিত কৰে হিন্দু প্ৰধান এই দেশখনক। কুৰ্দ জাতিয়ে ইছলামকে আদি কৰি বিভিন্ন   ধৰ্মালম্বীলোকক  সামৰি লোৱা বুলি উল্লেখ কৰি মাৰীফে দাবী কৰে যে তেওঁলোকৰ বাবে জাতিৰ পৰিচয় সদায় আগত। গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্য সাংবাদিকৰে  শনিবাৰে সন্ধিয়া  ভিডিও কণফাৰেন্স যোগে হোৱা এক বাৰ্তালাপত মাৰীফে কয় যে  বহুদশকজুৰি নিপীড়িত হৈ থকাৰ পাছতো কুৰ্দ সকলে  ধৰ্মীয় মৌলবাদক  প্ৰশ্ৰয় দিয়া নাই।

বৰঞ্চ মুছলিম প্ৰধান কুৰ্দ সকলে  আইছিছৰ  দৰে  সন্ত্ৰাসবাদী সংগঠনক  প্ৰতিৰোধ কৰি আহিছে। চাৰিখন মুছলিম প্ৰধান ৰাষ্ট্ৰ তুৰ্কী, ইৰাণ, ইৰাক আৰু চিৰিয়াত অত্যন্ত প্ৰতিকূল পৰিবেশত সংগ্ৰাম চলাই যোৱা কুৰ্দ সকলৰ অন্য এক বৈশিষ্ট্য হল নাৰীৰ প্ৰতি যথোচিত সন্মান। সেয়ে যি সময়ত আইছিছে  নাৰীক ভোগ্যসামগ্ৰী ৰূপে  ব্যৱহাৰ কৰে তেনে সময়তে কুৰ্দ সকলৰ সশস্ত্ৰ  মহিলা গোটো আছে। এখনসন্মিলিত  স্বধীন কুৰ্দিস্তানৰ বাবে  সংগ্ৰাম চলাই অহা  কুৰ্দ সকলে এতিয়া আশা কৰে ভাৰতৰ দীৰ্ঘকালীন সহযোগ। ভাৰতৰ দৰে এখন সমৃদ্ধ এখন দেশৰ নাগৰিকে সমৰ্থন জনালে মুক্তিকামী কুৰ্দ সকলৰ  সপোন সফল হোৱাটো নিশ্চিত, এয়া মাৰিৰ মন্তব্য।

কিছুবছৰ আগতে পুনে বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পন্ন কৰা মাৰীফে  অপকটে স্বীকাৰ কৰে যে  সহনশীলতা , সংখ্যালঘুৰ প্ৰতি সন্মান আৰু  গণতান্ত্ৰিক প্ৰমুল্যবোধৰ  আদিপাঠ  তেওঁ এই ভূ খণ্ডৰ পৰাই  শিকিছে। অন্যএক প্ৰসংগত মাৰীফে কাশ্মীৰৰ মুছলমান সকলৰ প্ৰতি সমবেদনা দেখুওৱা তুৰ্কীক কটাক্ষ কৰি কয় যে  তেওঁলোকে মুছলমান কুৰ্দ সকলক নিৰ্বিবাদে অত্যাচাৰ কৰি আহিছে ।অলপতে তুৰ্কীৰ এনে অমানৱীয় পদক্ষেপক কটু  সমালোচনা কৰিছে ভাৰত চৰকাৰে আৰু সেয়ে মাৰীফে আশাকৰে যে  নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনে  আন্তৰ্জাতিক পৰ্যায়তো  লাঞ্চিত কুৰ্দ সকলৰ পক্ষ লব। স্বাভিমানি কুৰ্দ জাতিয়ে ইয়াৰ প্ৰতিদান  সময়ত নিশ্চয়  দিব বুলিও মাৰীফে দাবী কৰে।
সংকট কালতো নিজৰ ভাষা আৰু স্বকীয়তা ৰক্ষাৰ বাবে কুৰ্দ সকলে অহৰহ চেষ্টা কৰি গৈছে। ইন্টাৰনেট টেলিভিছনৰ জৰিয়তে নিজৰ সংস্কৃতিৰ সম্প্ৰচাৰ আৰু সংৰক্ষণত জোৰ দিয়া কুৰ্দ সকলে  বিশ্বৰ বিভিন্ন ক্ষুদ্ৰ জাতিসত্তাৰ  ভাষা  সংস্কৃতিৰ ৰক্ষাৰআদৰ্শ হিচাপে পৰিগণিত হৈছে।।দেশবিহীন হৈয়ো এটা জাতিয়ে কি দৰে স্বকীয় বৈশিষ্ট্য বজাই ৰাখিব পাৰে  তাৰ উৎকৃষ্ট উদাহৰন ৰূপে স্বীকৃত হৈছে নিৰন্তৰ সংগ্ৰামী কুৰ্দসকল।

Tags: Featured2
Share4Tweet3Send

Related Posts

Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms
National-International

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
May 7, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

by Staff Reporter
May 7, 2026
50
‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত
National-International

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

by Staff Reporter
May 7, 2026
50
‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ
National-International

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

by Staff Reporter
May 7, 2026
50
‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
National-International

‎অপাৰেচন সিন্দূৰৰ বৰ্ষপূৰ্তিত সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

by Staff Reporter
May 7, 2026
50
Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা
National-International

Bengal election violence । বংগত বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক হত্যা

by Staff Reporter
May 7, 2026
50
ADVERTISEMENT
Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms
National-International

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

May 7, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

May 7, 2026
50
‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত
National-International

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

May 7, 2026
50
‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ
National-International

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

May 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

May 7, 2026
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

May 7, 2026
‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

May 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx