ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Congress president Mallikarjun Kharge I কৰ্ণাটকত খৰ্গেক হত্যাৰ ষড়যন্ত্ৰ! বিজেপি প্ৰাৰ্থীৰ অডিঅ’ প্ৰকাশ কৰি অভিযোগ কংগ্ৰেছৰ

নিউজ ডেস্কঃ

News Desk by News Desk
May 6, 2023
Reading Time: 1 min read
A A
0
Congress president Mallikarjun Kharge I কৰ্ণাটকত খৰ্গেক হত্যাৰ ষড়যন্ত্ৰ! বিজেপি প্ৰাৰ্থীৰ অডিঅ’ প্ৰকাশ কৰি অভিযোগ কংগ্ৰেছৰ

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে (Congress president Mallikarjun Kharge) আৰু তেওঁৰ পৰিয়ালক হত্যা কৰাৰ ষড়যন্ত্ৰ বিজেপিৰ (BJP conspires to kill his family)। এই অভিযোগ শনিবাৰে কংগ্ৰেছে উত্থাপন কৰে (Congress has levelled allegations)। এআইচিচিৰ সাধাৰণ সম্পাদক ৰণদীপ সিং সুৰজেৱালাই কৰ্ণাটক বিজেপিৰ নেতা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী মণিকান্ত ৰাথোৰ আৰু স্থানীয় গেৰুৱা শিবিৰৰ নেতাৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপৰ অডিঅ’ ‘প্ৰমাণ’ হিচাপে প্ৰকাশ (Published as audio ‘proof’) কৰে।

উক্ত অডিঅ’টোত নিজকে মণিকান্ত বুলি পৰিচয় দিয়া এজন ব্যক্তিয়ে আন এজন ব্যক্তিক ফোনত কোৱা শুনা যায়, “আমি তেওঁৰ সমগ্ৰ পৰিয়ালটো নিশ্চিহ্ন কৰি পেলাম।” উল্লেখযোগ্য যে সমষ্টিটোত ২০১৩ আৰু ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত মল্লিকাৰ্জুনৰ পুত্ৰ প্ৰিয়ংক জয়ী হৈছিল।

 খৰ্গেক হত্যাৰ ষড়যন্ত্ৰ
কৰ্ণাটকত খৰ্গেক হত্যাৰ ষড়যন্ত্ৰ:

এইবাৰো নিৰ্বাচনত তেওঁ মণিকান্তৰ প্ৰতিদ্বন্দ্বী। ১০ মেʼত কৰ্ণাটকৰ ২২৪টা বিধানসভা সমষ্টিত এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হʼব। ১৩ মেʼত ভোট গণনা। তাৰ পূৰ্বে দক্ষিণ ভাৰতৰ ৰাজ্যখনত ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি হৈছে।

২৭ এপ্ৰিলত কালবুৰ্গীত অনুষ্ঠিত নিৰ্বাচনী সভাত কংগ্ৰেছৰ সভাপতি খৰ্গেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বিষাক্ত সাপৰ সৈতে তুলনা কৰিছিল। পিছত খৰ্গেয়ে এই মন্তব্যৰ বাবে ক্ষমা বিচাৰে। নিজৰ বক্তব্যটো অলপ সলনি কৰি খৰ্গেয়ে কয় যে মোডী নহয়, বিজেপি বিষাক্ত সাপৰ দৰে। মুখ স্পৰ্শ কৰিলেই মৃত্যু নিশ্চিত!

ইয়াৰ পিছত প্ৰিয়ংকই প্ৰধানমন্ত্ৰী মোডীক ‘নালায়ক’ (অপদাৰ্থ) বুলি অভিহিত কৰে। দুয়োজনৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত এজাহাৰ দাখিল কৰে বিজেপিয়ে। কিন্তু মাত্ৰ যোৱা সপ্তাহত কৰ্ণাটকৰ বিজেপিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী বসন গৌড়া পাটিল য়াতমলে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক “বিষকন্যা” আৰু “পাকিস্তান আৰু চীনৰ গুপ্তচৰ” বুলি অভিহিত কৰে।

Tags: audio 'proof'congressMallikarjun Khargeঅডিঅ’ প্ৰমাণকংগ্ৰেছমল্লিকাৰ্জুন খৰ্গে
Share4Tweet3Send

Related Posts

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

by News Desk
August 6, 2026
50
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

by News Desk
August 6, 2026
50
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

by News Desk
August 6, 2026
50
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা
National-International

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

by News Desk
August 6, 2026
50
Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ
National-International

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

by News Desk
August 6, 2026
50
India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
National-International

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

by News Desk
August 6, 2026
50
ADVERTISEMENT
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
50
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক
National-International

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
50
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

Sonam Wangshuk : অনশন ভংগৰ ফটো প্ৰকাশ কৰি প্ৰতিশ্ৰুতি ভংগ, নাড্ডাৰ হাতেৰে চুপ খোৱাৰ ১৪ দিন পিছত সৰৱ ৱাংচুক

August 6, 2026
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT