ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আধাৰ কাৰ্ড বা ৰূপৰ অলংকাৰ মৰ্টগেজ দি লোনত পিঁয়াজ ক্ৰয়

ASSAM TIMES POST by ASSAM TIMES POST
December 1, 2019
Reading Time: 1 min read
A A
0
আধাৰ কাৰ্ড বা ৰূপৰ অলংকাৰ মৰ্টগেজ দি লোনত পিঁয়াজ ক্ৰয়

logo atp | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

নতুন দিল্লীঃ দেশজুৰি পিঁয়াজৰ আকাশলংঘী মুল্যবৃদ্ধিয়ে ত্ৰাহি মধুসূধন দেখুৱাইছে সাধাৰণ জনতাক। ইয়াৰ বিৰোধিতাৰে দেশৰ প্ৰান্ত-প্ৰান্তে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে বিৰোধী দলসমূহে। দৰাচলতে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনক যেন এজাউৰি দিবলৈ পিঁয়াজৰ মূল্যবৃদ্ধিয়ে বিৰোধী শিৱিৰসমূহক এটা সুযোগ প্ৰদান কৰিছে। এই সুযোগ বিৰোধীয়ে পুৰামাত্ৰাই গ্ৰহণো কৰিছে। বিজেপিশাসিত ৰাজ্য উত্তৰ প্ৰদেশৰ বিৰোধী যেন এখোপ চৰা। গেৰুৱা দলৰ চৰকাৰখনক পিঁয়াজৰ মূল্যবৃদ্ধিৰ অচিলাৰে শ’লঠেকত পেলাবলৈ সমাজবাদী পাৰ্টিয়ে লৈছে অভিনৱ পন্থা। সমাজবাদী পাৰ্টিৰ কৰ্মীসকলে বাৰানসীত স্থাপন কৰিছে এখন বিশেষ দোকান। দোকানখনৰ আগফালে লিখি থোৱা হৈছে ‘ইয়াত লোনত পিঁয়াজ ক্ৰয় কৰক’। দোকানখনৰ সন্মুখত গ্ৰাহকে আধাৰ কাৰ্ড বা ৰূপৰ আ-অলংকাৰ মৰ্টগেজ দি পিঁয়াজ কিনিব পাৰিব বুলিও প্ৰচাৰ চলাইছে সমাজবাদীৰ কৰ্মীসকলে। ইয়াৰোপৰি চহৰখনৰ আন এটা প্ৰান্তত মহঙা পিঁয়াজক লকাৰৰ ভিতৰত ৰাখিও ইয়াৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিছে কৰ্মীসকলে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

ADVERTISEMENT
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 19, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 19, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

July 19, 2026
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT