ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Patna High Court I বিহাৰত জাতিগত পিয়ল স্থগিতৰ নিৰ্দেশ পাটনা উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

News Desk by News Desk
May 4, 2023
Reading Time: 1 min read
A A
0
Patna High Court I বিহাৰত জাতিগত পিয়ল স্থগিতৰ নিৰ্দেশ পাটনা উচ্চ ন্যায়ালয়ৰ

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

পাটনা উচ্চ ন্যায়ালয়ে (Patna High Court) বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ চৰকাৰৰ জাতিভিত্তিক গণনা (Bihar’s Caste-based census) কাৰ্যসূচী স্থগিত ৰখাৰ নিৰ্দেশ (Order to stay) দিছে। পৰ্যবেক্ষণত উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে স্থগিতাদেশ জাৰি কৰি কয়, “এনে জাতিভিত্তিক গণনা কৰাৰ অধিকাৰ কেৱল কেন্দ্ৰীয় চৰকাৰৰহে আছে।”

ৰাজনৈতিক বিশ্লেষকৰ এটা অংশই বিশ্বাস কৰে যে পিছপৰা (অʼবিচি) ভোটক লক্ষ্য কৰি লʼবলৈ জেডিইউৰ সভাপতি নীতিশ আৰু তেওঁৰ মিত্ৰ আৰজেডি নেতা তথা উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে জাতিভিত্তিক গণনাৰ দাবীত অধিক সুবিধা লʼব লোকসভাৰ নিৰ্বাচনত। তেওঁলোকৰ মতে, অʼবিচিৰ প্ৰকৃত সংখ্যা লোকপিয়লৰ পিছতহে প্ৰকাশ পাব।

 উচ্চ ন্যায়ালয়ৰ

বিগত নৱেম্বৰ মাহত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশে আৰ্থিকভাৱে পিছপৰা লোকৰ বাবে চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানত ১০ শতাংশ আসন সংৰক্ষণৰ সন্দৰ্ভত ছীল কৰাৰ পিছতে সমগ্ৰ দেশতে জাতিভিত্তিক লোকপিয়লৰ দাবী উত্থাপন কৰিছিল। বিহাৰত জেডি(ইউ)-আৰজেডি-কংগ্ৰেছ-বাওঁপন্থী ‘মহা জোটবন্ধন’ চৰকাৰে দ্ৰুতগতিত আৰম্ভ কৰে জাতিগত গণনা। দৰাচলতে উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পূৰ্বে নীতিশ চৰকাৰে ৬ জুনত জাতি লোকপিয়ল সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছিল।

ইয়াৰ পিছতে বিহাৰ চৰকাৰৰ এই পদক্ষেপক প্ৰত্যাহ্বান জনাই পাটনা উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু হয়। আবেদনকাৰীয়ে দাবী কৰে যে নীতিশ চৰকাৰৰ এই পদক্ষেপ “বৈষম্যমূলক আৰু অসাংবিধানিক”। এই পদক্ষেপ মৌলিক অধিকাৰ আৰু সংবিধানৰ ১৪ নং অনুচ্ছেদৰ (সমতা আৰু সমতাৰ অধিকাৰ) বিৰুদ্ধে বুলি আবেদনকাৰীসকলৰ অভিযোগ। বিহাৰত ৭ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ জাতিগত লোকপিয়ল অনুষ্ঠিত হৈছিল। ১৫ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায় ১৫ মেʼলৈকে চলাৰ কথা আছিল। কিন্তু তাৰ আগতে পাটনা উচ্চ ন্যায়ালয়ে স্থগিতাদেশৰ নিৰ্দেশ দিয়ে।

বিহাৰত ২৭ শতাংশ আসন বৰ্তমান অʼবিচিৰ বাবে সংৰক্ষিত। কিন্তু অʼবিচিৰ সংখ্যা মুঠ জনসংখ্যাৰ ৫০ শতাংশৰ ওচৰত। স্বাভাৱিকতে তেতিয়া অʼবিচিৰ বাবে অধিক সংৰক্ষণৰ চাহিদা হʼব৷ এনে পৰিস্থিতিত চৰকাৰী শিক্ষানুষ্ঠান আৰু চাকৰিৰ অসংৰক্ষিত (সাধাৰণ) আসন আৰু অধিক হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। জাতিগত লোকপিয়লৰ বিৰোধীসকলে অভিযোগ কৰে যে সেই ক্ষেত্ৰত মেধাৰ ওপৰত আঘাত লাগিব।

Tags: BiharNitish KumarPatna High Courtনীতিশ কুমাৰপাটনা উচ্চ ন্যায়ালয়বিহাৰ
Share4Tweet3Send

Related Posts

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬
National-International

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

by Staff Reporter
April 26, 2026
50
‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎
National-International

‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎

by Staff Reporter
April 26, 2026
50
‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?
National-International

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

by Staff Reporter
April 25, 2026
50
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

by News Desk
April 24, 2026
50
US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব
National-International

US Warship George H. W. Bush : ৯০ খন যুদ্ধবিমান আৰু ৫,০০০ সৈন্য লৈ পশ্চিম এছিয়াত উপস্থিত মার্কিন যুদ্ধজাহাজ ইউএছএছ বুশ্ব

by News Desk
April 24, 2026
50
Pawan Khera controversy : উচ্চতম ন্যায়ালয়ত নাকচ পৱন খেৰাৰ অন্তৰ্ৱৰ্তীকালীন জামিন আবেদন
National-International

Pawan Khera । গুৱাহাটী হাইকোৰ্টতো মুখথেকেচা পৱন খেৰাৰ, জামিন আবেদন খাৰিজ

by Staff Reporter
April 24, 2026
50
ADVERTISEMENT
‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬
National-International

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026
50
‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎
National-International

‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎

April 26, 2026
50
‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?
National-International

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026
50
Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব
National-International

Telangana Govt. : সাধাৰণ মানুহৰ ওপৰত কোনো কৰ নাই : কংগ্ৰেছ শাসিত তেলেংগানাৰ মন্ত্ৰীসকলে বিত্তীয় ঘাটি পূৰণ কৰিবলৈ আধা দৰমহা ত্যাগ কৰিব

April 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

‎দিল্লীত বিমান দুৰ্ঘটনাত আহত ৬

April 26, 2026
‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎

‎’গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই’I  হোৱাইট হাউচৰ ঘটনাক গৰিহণা প্ৰধানমন্ত্ৰী মোদীৰ ‎

April 26, 2026
‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

‎দুই-তৃতীয়াংশ সদস্য লৈ বিজেপিত যোগদান, ৰাঘৱে সাংসদৰ পদ হেৰুৱাব নেকি?

April 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx