ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

West Karbi Anglong I পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ত আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ ডঃ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামী

বিশেষ প্ৰতিবেদনঃ পশ্চিম কাৰ্বিআংলং

News Desk by News Desk
May 3, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

ভক্তিৰসত বুৰ গৈছে সমগ্ৰ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলং (West Karbi Anglong)। জিলাখনৰ ভিতৰতেই অতিকৈ পুৰনি ঐতিহাসিক বৈঠালাংছ’ (Baithalangso) কেন্দ্ৰীয় নামঘৰটিয়ে ইতিমধ্যে ৬৫ বছৰ অতিক্ৰম কৰিলে।

পশ্চিম কাৰ্বি আংলঙ
পশ্চিম কাৰ্বিআংলঙৰ বৈঠালাংছ’ত আউনিআটি সত্ৰৰ সত্ৰাধিকা:

তদুপলক্ষ্যে আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুস্থিত কৰা হৈছে “বৈঠালাংছ’ কেন্দ্ৰীয় নামঘৰ” (‘Baithalangs’ Central Namghar) সোণালী জয়ন্তী উৎসৱ (Golden Jubilee Celebrations)। আজি প্ৰথম দিনাৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে মাজুলী আউনীআটি সত্ৰৰ (Majuli Auniati Satra) সত্ৰাধিকাৰৰ ডঃ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীদেৱে (Satradhikar Dr. Pitambar Devgoswami) । নামঘৰৰ নৱ নিৰ্মিত মণিকূটৰ মূল আসন ভাগ প্ৰতিষ্ঠা কৰে সত্ৰাধিকাৰগৰাকীয়ে।

Boithap2 | ASSAM TIMES POST

এই মহা অনুষ্ঠানটিত উপস্থিত থাকে নগাঁও সংসদীয় সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈও। “নামঘৰ হৈছে অসমীয়া সমাজৰ অভিভাৱক স্বৰূপ, লোকআদালত স্বৰূপ” বুলি আখ্যা দিয়াৰ লগতে এখন সুস্থ সবল সমাজ প্ৰতিষ্ঠাৰ বাবে নৱপ্ৰজন্মক আধ্যাত্মিক জ্ঞান দিবলৈ আহ্বান জনায় মাজুলীৰ আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ডঃ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীয়ে।

Tags: Baithalangs' Central NamgharPitambar Devgoswamiপীতাম্বৰ দেৱগোস্বামীবৈঠালাংছ' কেন্দ্ৰীয় নামঘৰ
Share4Tweet3Send

Related Posts

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
ADVERTISEMENT
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

July 11, 2026
50
Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি
National-International

Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

July 11, 2026
50
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma
Assam

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

July 11, 2026
50
‎Boat accident in Vietnam : ভিয়েটনামত নাও ডুবি ভাৰতীয় পৰ্যটকৰ মৃত্যু
National-International

‎Boat accident in Vietnam : ভিয়েটনামত নাও ডুবি ভাৰতীয় পৰ্যটকৰ মৃত্যু

July 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

July 11, 2026
Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

Bangladesh’s child birth : সংকটত বাংলাদেশ : প্ৰতি ১০ গৰাকী মাতৃৰ মাজত গড়ে ২৩টা সন্তানৰ পৰা এতিয়া ২৪ লৈ বৃদ্ধি

July 11, 2026
Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

Assam Announces Rs 360 Crore State Zoo Revamp — Himanta Biswa Sarma

July 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx