US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
আমেৰিকা যুক্তৰাষ্ট্ৰই (US) ভাৰতৰ ওপৰত (On India) ১২.৫ শতাংশ অতিৰিক্ত শুল্ক (additional duty) আৰোপ কৰাৰ প্ৰস্তাৱ দিছে। অৱশ্যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ...







