Telengana Engineer fraud : চৰকাৰী অভিযন্তাৰ ১৫০ কোটিৰ সম্পত্তি; ২ কেজি সোণ, বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ
তেলেংগানাত (Telengana) আন এজন চৰকাৰী অভিযন্তাৰ (Govt. Engineer) বিৰুদ্ধে অসমতাপূৰ্ণ সম্পত্তিৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ৰাজ্যৰ দুৰ্নীতি নিবাৰক শাখাই (Anti-Corruption ...







