Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
ভোটাৰ তালিকাত জালিয়াতিৰ অভিযোগ উত্থাপন হোৱাৰ অভিযোগত চাপত পৰিছে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত দিল্লীৰ ৰৌজ এভিনিউ ...







