Sayyid Mojtaba Hosseini Khamenei : ট্ৰাম্প-নেতানিয়াহুৰ ভাবুকি প্ৰত্যাখ্যান : খামেনেইৰ পুত্ৰ মোজতাবাই হৈছে ইৰাণৰ নতুন সৰ্বোচ্চ নেতা
জল্পনা-কল্পনাই সঁচা হ’লগৈ। আয়াতুল্লাহ আলী খামেনেইৰ পুত্ৰ (Khamenei's son) চৈয়দ মোজতাবা হুছেইনী খামেনি (Sayyid Mojtaba Hosseini Khamenei) হৈছে ইৰাণৰ নতুন ...







