Continuous rain : মহাৰাষ্ট্ৰৰ পুনে জিলাত ধাৰাসাৰ বৰষুণ : খহি পৰিল তিনিমহলীয়া ঘৰ, ধ্বংসাৱশেষৰ তলত আবদ্ধ ১৫ শ্ৰমিক
মহাৰাষ্ট্ৰৰ পুনে (Pune, Maharashtra) জিলাত ধাৰাসাৰ বৰষুণ (Continuous rain)। এই বৰষুণৰ মাজতে জিলাখনৰ পিম্প্ৰি চিঞ্চৱাডেত এটা ভয়ানক দুৰ্ঘটনা সংঘটিত হয়। ...







