Tear gas use in Manipur : মণিপুৰত প্ৰতিবাদকাৰীৰ ওপৰত কন্দোৱা গেছ নিক্ষেপ নিৰাপত্তাৰক্ষীৰ
মণিপুৰত (Manipur) চিকিৎসালয় চৌহদত সমবেত হোৱা উত্তেজিত প্ৰতিবাদকাৰীসকলক (excited protesters) ছত্ৰভংগ দিয়াবলৈ নিৰাপত্তা কৰ্মীয়ে (security guard) কন্দুৱা গেছৰ শ্বেল (Tear ...







