PM Modi : বিশ্ব সংকটৰ মাজতো ভাৰতৰ দ্ৰুত বিকাশ, জিডিপি বৃদ্ধিৰ প্ৰতিবেদন প্ৰকাশৰ পিছত ৰাহুল গান্ধীক সমালোচনা মোদীৰ
বিশ্বৰ বিভিন্ন সংকটৰ মাজতো ভাৰতৰ অৰ্থনৈতিক (Indian economy) অগ্ৰগতি অব্যাহত (Progress continues) আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা উল্লেখ কৰি ...








