Delhi Gymkhana club : দিল্লীৰ শতিকা পুৰণি জিমখানা ক্লাবলৈ কেন্দ্ৰৰ উচ্ছেদৰ জাননী, সময় দিলে ২ সপ্তাহ
কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ লুটিয়েন্সৰ (Lutyens of Delhi) জিমখানা ক্লাব (Gymkhana Club) কৰ্তৃপক্ষক মাটি খালী কৰিবলৈ নিৰ্দেশ (Instructions to clear the ...







