C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ
তামিলনাডুৰ মুখ্যমন্ত্ৰী (Chief Minister of Tamil Nadu) চি জোচেফ বিজয়ৰ (C Joseph Vijoy) নেতৃত্বাধীন তামিলনাডু কেবিনেটে বৃহস্পতিবাৰে (২১ মে', ২০২৬) ...







