Ram navami celebration I হেলিকপ্টাৰত ৰাম মন্দিৰৰ সূৰ্য তিলক দৰ্শন মোডীৰ, ৰাজনৈতিক লাভ অর্জনৰ চেষ্টা বুলি সমালোচনা বিৰোধীৰ
অহা শুকুৰবাৰে দেশত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। তাৰ পূৰ্বে বিজেপিয়ে ৰাম নৱমীৰ (Ram navami celebration) উল্লাসক ব্যৱহাৰ কৰি হিন্দু ...