Arunachal woman harassment I ১৮ ঘণ্টা খাবলৈ দিয়া নাই, কেৱল শৌচাগাৰলৈ যোৱাৰ অনুমতি দিয়ে; ছাংহাই বিমানবন্দৰত আবদ্ধ ভাৰতীয় মহিলাৰ অভিযোগ
খাদ্য নাই, পানীও নাই, একেখন চকীতে একেৰাহে ১৮ ঘণ্টা বহি থাকিবলগা হয়। মাজে মাজে তেওঁক শৌচাগাৰলৈ যাবলৈ দিয়া হৈছিল। তেওঁক ...







