Viral girl Monalisa I মহাকুম্ভৰ ‘ভাইৰেল গাৰ্ল’ মনালিছা নাবালিকা, ভুৱা জন্মৰ প্ৰমাণ-পত্ৰৰে বিয়া হোৱাৰ বাবে স্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু
প্ৰয়াগৰাজৰ মহাকুম্ভৰ ‘ভাইৰেল গাৰ্ল’ (Viral Girl Monalisha) পুনৰ বাতৰিৰ শিৰোনামত। যোৱা মাহত কেৰালাৰ তিৰুৱনন্তপুৰমত বিবাহপাশত আবদ্ধ হৈছিল মনালিছা। ছচিয়েল মিডিয়াত ...







