Indus Water Treaty I সিন্ধু জলচুক্তি স্থগিত হৈয়েই থাকিব, পাকিস্তানৰ ভাবুকিৰ পিছতে ভাৰতৰ স্পষ্ট স্থিতি
শেহতীয়াকৈ পাকিস্তানে সিন্ধু জলচুক্তিক (Indus Water Treaty) লৈ ভাৰতৰ বিৰুদ্ধে মাত মাতিছে। নতুন দিল্লীয়েও ইয়াৰ প্ৰতি সঁহাৰি জনায়। সিন্ধু জলচুক্তি ...







