India Pak conflict I সন্ত্ৰাসবাদ কোনো কাৰণতে সহ্য কৰা নহ’ব, সমৰ্থনকাৰীকো ৰেহাই দিয়া নহ’ব: পৰোক্ষভাৱে পাকিস্তানক সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ
যেতিয়ালৈকে শান্তি বৰ্তাই ৰখা হ’ব, তেতিয়ালৈকে নিস্তব্ধতা থাকিব। কিন্তু শান্তি ভংগ কৰাৰ যিকোনো প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনোৱা হ’ব। সন্ত্ৰাসবাদ আৰু ...







