Bomb Threat in Vistara Flight I এইবাৰ ভিষ্টাৰা বিমানত বোমাতঙ্ক, লণ্ডনৰ সলনি যাত্ৰী নমালে জাৰ্মান চহৰত
দিল্লীৰ পৰা লণ্ডন অভিমুখী ভিস্তাৰা বিমানত (Vistara) বোমাতঙ্ক। যাৰ বাবে জাৰ্মানীৰ ফ্ৰেংকফৰ্টত নমাই দিয়া হয় যাত্ৰীসকলক। প্ৰয়োজনীয় সুৰক্ষা পৰীক্ষাৰ অন্তত ...







