Maoist Surrender : ৪.৫০ লাখ মূৰৰ দাম থকা তিনি কমাণ্ডাৰসহ ২৬ মাওবাদীৰ আত্মসমৰ্পণ
ছত্তীশগড় (Chhattisgarh)ৰ বস্তাৰৰ দান্তেৱাড়া জিলা (Dantewada district of Bastar)ত তিনিজন মাওবাদী কমাণ্ডাৰ (Three Maoist commanders)সহ ২৬জন গেৰিলাই আত্মসমৰ্পণ (26 guerrillas ...







