India fuel crisis I দেশত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে, মোদীৰ সংযমী হোৱাৰ বাৰ্তাৰ পিছতে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ, ৰন্ধনত ব্যৱহাৰ কৰা তেল আদি সামগ্ৰীৰ ব্যৱহাৰত (India Fuel) সংযমী হ’বলৈ বাৰ্তা ...







