Cricket Match I ভাৰত-অষ্ট্ৰেলিয়া চূড়ান্ত টেষ্টত ঐতিহাসিক মুহূৰ্ত, মেচৰ টছ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে
আহমেদাবাদত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ( India-Australia)মাজত অনুষ্ঠিত হʼবলগীয়া চতুৰ্থ আৰু অন্তিম টেষ্ট মেচত নৰেন্দ্ৰ মোডীয়ে(PM Modi )টছ কৰিব।আহমেদাবাদৰ মটেৰা ষ্টেডিয়ামৰ নাম ...







