Terrorist Attack in India I ভাৰতৰ ভূমিত আক্ৰমণ চলাবলৈ সাজু ১২০ প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদী, সীমান্তত উচ্চ সতৰ্কতা জাৰি
শীতকাল অহাৰ পূৰ্বে আকৌ এবাৰ ভাৰতৰ মাটিত সন্ত্ৰাসবাদীৰ (Terrorist) ধ্বংসাত্মক ষড়যন্ত্ৰ চলি আছে। প্ৰায় ১২০ জন প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদী ভাৰতত অনুপ্ৰৱেশ ...







