ICC Cricket world cup 2023 I ১৯১ ৰাণতে সমাপ্ত পাকিস্তানৰ ইনিংছ; খেলিব নোৱাৰিলে সম্পূৰ্ণ অভাৰো
নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপ (ODI World Cup Cricket)ৰ আটাইতকৈ উত্তেজনাপূৰ্ণ মেচখনত বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় পাকিস্তান। ভাৰতীয় বলাৰৰ ক্ষুৰধাৰ ...







