পশ্চিম এছিয়াৰ অশান্তিৰ প্ৰভাৱ; হঠাৎ বন্ধি বাণিজ্যিক গেছৰ যোগান, বেংগালুৰুৰ হোটেল-ৰেষ্টুৰেণ্টত ইন্ধনৰ সংকট
ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱ এইবাৰ ভাৰততো পৰিছে। দুয়োপক্ষৰ আক্ৰমণ আৰু প্ৰতি-আক্ৰমণৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত ইন্ধনৰ মূল্য বৃদ্ধি পাইছে। ফলত ...







