Iran war I হৰমুজৰ ক’ত ক’ত মাইন আছে ইৰাণে বিচাৰি নোপোৱাৰ বাবেই পথ মুকলি কৰা নাই, পাক বৈঠকৰ পূৰ্বে আমেৰিকাৰ দাবী
ইৰাণে হৰমুজ প্ৰণালীৰ সিপাৰে মাইন স্থাপন কৰিছে আৰু সেই মাইনবোৰেই তেওঁলোকক অস্বস্তিত পেলাইছে। পাকিস্তানত শান্তি আলোচনাৰ পূৰ্বে এই দাবী আমেৰিকাৰ। ...







