২৬/১১ মুম্বাই আক্ৰমণ চক্রান্তত লস্কৰ সন্ত্ৰাসবাদীক পাকিস্তান আদালতৰ ১৫ বছৰৰ জে’ল!
মুম্বাইৰ ২৬/১১ (26/11 Mumbai) সন্ত্রাসৰ অন্যতম চক্রান্তকাৰীৰ ১৫ বছৰ জে'লৰ শাস্তি বিহিলে পাকিস্তানে (Pakistan)। লস্কৰ-ই-তৈবা (Lashkar-e-Taiba)ৰ এই উগ্ৰপন্থীজনৰ নাম চাজিদ ...







