Lok sabha elections 2024 I লোকসভা নিৰ্বাচনত বিজেপিয়ে ৩৭০ আসনৰ সীমা অতিক্ৰম কৰাটো কিমান বাস্তৱ? নিৰ্বাচন গুৰু প্ৰশান্ত কিশোৰে কি কয়
সমাগত লোকসভা নিৰ্বাচন (Loksabha Election)। মাজত মাত্ৰ এটা পষেক বাকী। ১৯ এপ্ৰিলত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। ইতিমধ্যে শাসক-বিৰোধী উভয়ে নিৰ্বাচনী ...