Iran War । নিজৰ জীৱন বিপন্ন হ’লেও যুঁজি যাব, সৰ্বোচ্চ নেতা হোৱাৰ পিছত খামেইনীৰ পুত্ৰক প্ৰশংসা ইৰাণৰ
ইৰাণৰ পৰৱৰ্তী সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনীৰ পুত্ৰ মোজতাবা খামেইনী। সোমবাৰে তেহৰানে আমেৰিকা আৰু ইজৰাইলৰ সতৰ্কবাণীক কাৰ্যকৰীভাৱে আওকাণ কৰি মোজতাবাৰ ...







