Wayanad Bypoll । ৱায়ানাড়ত ভোটদানৰ হাৰ হ্ৰাস পোৱাত চিন্তিত কংগ্ৰেছে, দলীয় পৰ্যায়ত তদন্তৰ সিদ্ধান্ত
বুধবাৰে কেৰালাৰ ৱায়ানাড় লোকসভাৰ উপ-নিৰ্বাচনত (Wayanad Bypoll) ৬৪.৭২ শতাংশ ভোটদান হয়, যিটো বিগত কেইটামান লোকসভা নিৰ্বাচনতকৈ বহু কম। ভোটদানৰ হাৰ ...







