SIT on Tirupati I লাডু বিতৰ্কৰ মাজতে এইবাৰ তিৰুপতি মন্দিৰ সমিতিৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ, এছ আই টি গঠন চন্দ্ৰবাবুৰ
তিৰুপতি ভেংকটেশ্বৰ মন্দিৰ (Tirupati Controversy) কৰ্তৃপক্ষৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ। এই অভিযোগৰ তদন্তৰ বাবে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে বিশেষ তদন্তকাৰী দল ...







