Tirupati Temple I তিৰুপতি মন্দিৰৰ পৰা আঁতৰোৱা হ’ব অনা হিন্দু কৰ্মচাৰী; প্ৰস্তাৱ গৃহণ
অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি ভেংকটেশ্বৰ মন্দিৰত (Tirupati Mandir) এতিয়াৰে পৰা অনা হিন্দু সম্প্ৰদায়ক নিয়োগ কৰিব নোৱাৰিব। সোমবাৰে মন্দিৰৰ পৰিচালনা সংস্থা তিৰুমালা তিৰুপতি ...







