ৰাঁচীৰ চাৰ্টাৰ্ড একাউণ্টেণ্টৰ ৯০০ কোটি টকাৰ সম্পত্তি জব্দ ইডিৰ, তিনিখন ৰাজ্যৰ একাধিক স্থানত তালাচী
এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে (ইডি) ৰাঁচীৰ এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট (চিএ)ৰ ৯০০ কোটি টকাৰ সম্পত্তি উদ্ধাৰ কৰিছে। কেন্দ্ৰীয় তদন্ত ব্যুৰোৰ (চিবিআই) কেইবাটাও দলে ...







