আন্তঃৰাষ্ট্ৰীয় বঁটাৰ জোৱাৰত কথাছবি “লাইফ বিহাইণ্ড দ্যা লাইফ- জীৱনৰ আঁৰৰ জীৱন”, বোকাখাতত সংবাদমেল পৰিচালক অনুপম বৰদলৈৰ:
আন্তঃৰাষ্ট্ৰীয় বঁটা জোৱাৰ উঠিছে বোকাখাতৰ চলচিত্ৰলৈ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল বোকাখাতৰ পৰা নিৰ্মাণ হোৱা আন এখন কথাছবি "লাইফ বিহাইণ্ড দ্যা ...







